শিঙিমাৰী আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন

বাক্সা জিলাৰ গোৰেশ্বৰৰ শিঙিমাৰীত অষ্টাদশ বাৰ্ষিক শিঙিমাৰী আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপনৰ ব্যাপক আয়োজন কৰিছে৷অহা ২১ আৰু ২২ বহাগত শিঙিমাৰী গ্ৰাম্য উন্নয়ন সংঘৰ সৌজন্যত শিঙিমাৰী হাইস্কুল খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিব বুলি জানিব দিছে বিহু উদযাপন সমিতিৰ সম্পাদক গকুল কলিতাই