কা আন্দোলনকাৰীক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। মৰিগাঁৱত অসম চৰকাৰৰ জনস্বাস্থ্যকাৰিকৰী, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা বৃহস্পতিবাৰে উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্য্যালয়ত সুকীয়া সূকীয়াকৈ জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা আৰু বিষয়া কৰ্মচাৰী সকলৰ লগত আলোচনাত মিলিত হয়।আনহাতে আলোচনাৰ অন্তত সাংবাদিকৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্যৰ লগতে অসমৰ ৰাইজে এতিয়া আকৌ কা আন্দোলন বিছৰা নাই বুলি কৈ আন্দোলন কাৰী সকলক তীব্ৰ সমালোচনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Smartphone Tips: कम हो गई है फोन की आवाज तो अपनाएं ये तरीके, बन जाएगा मिनटों में काम
स्मार्टफोन की आवाज को बूस्ट करने के लिए वैसे तो कई तरीके हैं। लेकिन सबसे आसान तरीका है कि आप प्ले...
ডিব্ৰুগড়ত ৰাজহুৱা অনুষ্ঠানত বিহুৱা বিহুৱতীক লগ কৰিবলৈ বেৰিকেড জাপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ডিব্ৰুগড়ত ৰাজহুৱা অনুষ্ঠানত বিহুৱা বিহুৱতীক লগ কৰিবলৈ বেৰিকেড জাপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Toyota Rumion MPV Launched: कुल तीन वेरिएंट में लॉन्च हुई टोयोटा की ये एमपीवी कार, CNG ऑप्शन भी शामिल
कॉस्मेटिक रूप से देखें तो रुमियन दिखने में काफी हद तक मारुति की अर्टिगा जैसी लगती है। बदलावों की...
ભાજપ પહેલા કોંગ્રેસે પોતાના નેતાઓનો વારો પાડી દીધો,33 નેતાઓને સસ્પેન્ડ કર્યાં.
ગુજરાતની ચૂંટણીમાં પક્ષવિરોધી પ્રવૃત્તિઓમાં ભાજપ કાર્યવાહી કરે કે ના કરે પણ કોંગ્રેસે કરી દેખાડી...
10 उपवास करने वाले अविनाश गंगवार के पारणे का निकाला जुलूस
बूंदी । दशलक्षण पर्व के तहत 10 उपवास करने वाले त्यागी वृति शिप्रा पाटनी और अविनाश गंगवाल के पारणे...