হাজো সমষ্টিৰ দিপলাং গাৱঁৰ চাপোন চুবুৰিত আজি স্মাইল এন জি অৰ উদ্যোগত আৰু পশুপক্ষী সুৰক্ষা আৰু কল্যান সমিতিৰ সৌজন্যত এটি বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷শিবিৰত বহুত কেইজন অভিজ্ঞ পশু চিকিৎসকে বানপীৰিত পশুধন সমূহক চিকিৎসা সেৱা কৰাৰ লগতে উপযুক্ত পৰিমাণে ঔষধো দিয়ে৷ইয়াৰোপৰি পশুধনৰ গৰকীৰ মাজত উন্নতমানৰ খাদ্যৰো যোগান ধৰে৷
চাপোনত স্মাইল এনজিঅৰ উদ্যোগত আৰু পশুপক্ষী সুৰক্ষা আৰু কল্যান সমিতিৰ সৌজন্যত বিনামূলীয়া পশু চিকিৎসা শিবিৰ
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_de70a63b91de8276011cda70be173633.jpg)