গোলাঘাট নগৰত প্ৰথমবাৰৰ বাবে শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ বিশাল প্ৰস্তুতি । ৰাজ্যখনৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে আগমণ ঘটিব লণ্ডণ,আমেৰিকা,ৰাছিয়া আদিৰ বিদেশী ভক্তপ্ৰাণ পুৰুষ-মহিলাৰ । ৰথ যাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে সংকীৰ্ত্তন কৰিব বিদেশী ভক্তই । গোলাঘাট ষ্টেচন ৰোডৰ সাৰ্বজনীন কালিবাড়িত অস্থায়ী কাৰ্যালয় প্ৰতিষ্ঠা কৰি চলিছে ব্যাপক আয়োজন । ইসকন্( পঢ়ুতে ইচকন) নামহট্ৰ মায়াপুৰৰ দ্বাৰা অনুমোদিত শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা অহা ২১ জুনৰ পৰা ২৭ জুন পৰ্যন্ত দেৱ দাসৰ তত্বাৱধানত উদযাপন সমিতিয়ে ৰাইজক লগত প্ৰস্তুতি অব্যাহত ৰাখিছে । ৰথ যাত্ৰাত ৰজা হিচাপে আমন্ত্ৰণ জনোৱা হ'ব সৰুপথাৰ সমষ্টিৰ বিধায়ক,জনপ্ৰিয় নেতা বিশ্বজিৎ ফুকনক । ইয়াৰ উপৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । এই উপলক্ষে সাৰ্বজননীন কালিবাড়িত শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ ৰথ নিৰ্মাণৰ মাংগলিক কাৰ্যৰ হোমযজ্ঞ,আৰতি, নাম-কীৰ্ত্তন আদিৰে শুভাৰম্ভ কৰা হয় । নাৰিকল ভাঙি মাংগলিকপৰ্ব সমাপণ কৰাৰ লগতে হোম যজ্ঞত অংশগ্ৰহণ কৰে উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞা, বিশ্বদ্বীপ বৰা, সম্পাদক মহেন গগৈ, সমাজকৰ্মী চিমচন কুলু,সুশীলা লাডিয়া, প্ৰাক্তন ৱাৰ্ড কমিচনাৰ জুমি দুৱৰা আদিয়ে । উক্ত জগন্নাথ ৰথ যাত্ৰাত বহু হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News:उत्तर प्रदेश में सबसे ज़्यादा गर्मी, प्रयागराज में 47 डिग्री से ऊपर पारा! | Aaj Tak
Breaking News:उत्तर प्रदेश में सबसे ज़्यादा गर्मी, प्रयागराज में 47 डिग्री से ऊपर पारा! | Aaj Tak
শিৱসাগৰত "গ্ৰীফন চেলেঞ্জ ট্ৰফী" দ্বিতীয় সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ
শিৱসাগৰঃ শিৱসাগৰত সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ ৷...
અમદાવાદમાં 18 વર્ષના 93 હજાર મતદારો પ્રથમવાર મતદાન કરશે.#gujarat_geeta_news_ #google #bjpnews
અમદાવાદમાં 18 વર્ષના 93 હજાર મતદારો પ્રથમવાર મતદાન કરશે.#gujarat_geeta_news_ #google #bjpnews