আজি সন্ধিয়া চৌদি আৰৱৰ আকাশত কাচিঁজোন দেখা গৈছে৷সেয়েহে শুক্ৰবাৰে আৰৱত ঈদ পালন কৰিব৷অৰৱৰ এদিন পিচত ভাৰতত ঈদ পালন কৰে৷সেয়েহে শনিবাৰে ভাৰতত ঈদ অনুষ্ঠিত হব বুলি ইছলাম ধৰ্মী লোক সকলে বিশ্বাস কৰিছে৷ইতিমধ্যে শনিবাৰে সমূহীয়া নামাজৰ বাবে ঈদগাহ সমূহক সজাইপৰাই তুলিছে৷ইছলাম ধৰ্মী প্ৰতিটো পৰিয়ালে নতুন কাপোৰ কানিৰ লগতে খাদ্যসম্ভাৰৰ বজাৰ কৰাত লাগি পৰিছে৷মুঠৰ ওপৰত পবিত্ৰ ঈদ উৎসৱটো শান্তিপূৰ্ণ ভাবে উদযাপন কৰাৰ যাৱতীয় প্ৰস্তুতি চলাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આશા એન્ડ હેલ્થ વર્કર બહેનોએ ઓછા વેતન બાબતે સેવા સદન કચેરી ખાતે આવેદનપત્ર આપ્યું.
આશા એન્ડ હેલ્થ વર્કર બહેનોએ ઓછા વેતન બાબતે સેવા સદન કચેરી ખાતે આવેદનપત્ર આપ્યું.
बांठिया प्रोफेशनल फोरम का संयोजक मनोनीत
अखिल भारतीय श्री जैन रत्न हितैषी श्रावक संघ द्वारा सीए ओमप्रकाश बांठिया को प्रोफेशनल फोरम का...
આઝાદીના 75 વર્ષના અમૃત મહોત્સવ હેઠળ અમદાવાદ શહેરમાં જોરદાર રીતે યાત્રા નિકાળવામાં આવી...
આઝાદીના 75 વર્ષના અમૃત મહોત્સવ હેઠળ અમદાવાદ શહેરમાં જોરદાર રીતે યાત્રા નિકાળવામાં આવી...
कौन है Yevgeny Prigozhin जिसने पुतिन को सत्ता से बाहर करने की दी धमकी, हिटलर से भी रहा है इसका कनेक्शन
नई दिल्ली, रशिया और यूक्रेन के युद्ध को लगभग एक साल से ऊपर हो चुका है। इतना समय बीत जाने के...