আজি সন্ধিয়া চৌদি আৰৱৰ আকাশত কাচিঁজোন দেখা গৈছে৷সেয়েহে শুক্ৰবাৰে আৰৱত ঈদ পালন কৰিব৷অৰৱৰ এদিন পিচত ভাৰতত ঈদ পালন কৰে৷সেয়েহে শনিবাৰে ভাৰতত ঈদ অনুষ্ঠিত হব বুলি ইছলাম ধৰ্মী লোক সকলে বিশ্বাস কৰিছে৷ইতিমধ্যে শনিবাৰে সমূহীয়া নামাজৰ বাবে ঈদগাহ সমূহক সজাইপৰাই তুলিছে৷ইছলাম ধৰ্মী প্ৰতিটো পৰিয়ালে নতুন কাপোৰ কানিৰ লগতে খাদ্যসম্ভাৰৰ বজাৰ কৰাত লাগি পৰিছে৷মুঠৰ ওপৰত পবিত্ৰ ঈদ উৎসৱটো শান্তিপূৰ্ণ ভাবে উদযাপন কৰাৰ যাৱতীয় প্ৰস্তুতি চলাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आधी पतीचा पत्नीवर कुऱ्हाडीने वार, मुलगा आणि मेहुण्याने काढला काटा..बघा नेमक कारण काय...?
आधी पतीचा पत्नीवर कुऱ्हाडीने वार, मुलगा आणि मेहुण्याने काढला काटा..बघा नेमक कारण काय...?
নিচামুক্তি কেন্দ্ৰৰ বাবে চৰকাৰে আনিব SOP: আন্তৰাষ্ট্ৰীয় অভাৰডজ দিৱসত এই ঘোষণা মন্ত্ৰী পিযুষ হাজৰিকাৰ
নিচামুক্তি কেন্দ্ৰৰ বাবে চৰকাৰে আনিব SOP আন্তৰাষ্ট্ৰীয় অভাৰডজ দিৱসত এই ঘোষণা মন্ত্ৰী পিযুষ হাজৰিকাৰ
ધ્રાંગધ્રા રેલવે સ્ટેશનને ૪, હળવદને ૨ અને વિરમગામ ને ૧ ટ્રેનનું સ્ટોપેજ આપતા મુસાફરોમાં આનંદ
ધ્રાંગધ્રા રેલવે સ્ટેશનને ૪, હળવદને ૨ અને વિરમગામ ને ૧ ટ્રેનનું સ્ટોપેજ આપતા મુસાફરોમાં આનંદ
সাহিত্য সভাৰ প্ৰশংসনীয় পদক্ষেপ
চৰাইদেউ জিলা সাহিত্য সভাৰ অন্তৰ্গত শান্তিপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক...