নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত দেহাৰকুছি মনসাপীঠত আজি দিনজোৰা কাৰ্য্যসূচীৰে ভঠেলি উৎসৱ উদযাপন কৰে৷উল্লেখ্য যে অতীতৰে পৰা হাতীমাৰিৰ ভঠেলি খ্যাত উক্ত উৎসৱটি প্ৰতিবছৰে বহাগ মাহৰ চাৰি তাৰিখে অনুষ্ঠিত কৰি আহিছে৷মনকৰিবলগীয়া যে মাজতে উক্ত উৎসৱটো কিছু পৰিমাণে ম্লান পৰিছিল যদিও বৰ্তমান কেইজনমান উৎসাহি কিশোৰ তথা যুৱকৰ প্ৰচেষ্টাত পূনৰ প্ৰান পাই উঠিছে৷আজি পূৱাৰে পৰা গাওঁখনত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷ভঠেলি মানে হল বাহৰ পূজা আনহাতে কিছুমানে বাহৰ বিয়া বুলি কয়৷কৃষিভিত্তিক উক্ত উৎসৱ বেচিভাগে প্ৰচীন কামৰূপত প্ৰচলিত৷আজি উক্ত উৎসৱ উপলক্ষে দুপৰীয়া পাৰ উত্তোলন,ৰাজহুৱা ভোগ গ্ৰহণৰ পিচতে আমন্ত্ৰিত পাঠকৰ নাগাৰানাম প্ৰদৰ্শন কৰে৷ভঠেলি উৎসৱত যথেষ্ট ৰাইজৰ সমাগম হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Redmi Note 14 Pro+ 5G भारत में इस दिन होगा लॉन्च, कितनी हो सकती है कीमत? क्या कुछ हो सकता है खास? यहां जानें
Redmi Note 14 series को भारत में जल्द ही लॉन्च किया जाएगा। रेडमी के नोट सीरीज भारत में हमेशा से...
પીએમ કિસાન યોજના નો ૧૨મો હપ્તા નું સ્ટેટ્સ આ રીતે તપાસો
ખેડૂતોને ત્રણ હપ્તામાં પૈસા મળે છે.
દેશના 10 કરોડ ખેડૂતો પીએમ કિસાન યોજનાના 12મા હપ્તાની રાહ જોઈ...
જગદગુરુ શંકરાચાર્ય દ્વારા કિશોર ભાઈ દવે ની દક્ષિણ ભારત ના "ગૌ સેવાધીશ" તરીકે ની નિમણૂંક
જગદગુરુ શંકરાચાર્ય દ્વારા કિશોર ભાઈ દવે ની દક્ષિણ ભારત ના "ગૌ સેવાધીશ" તરીકે ની નિમણૂંક
ગુજરાતના...
अब महाराष्ट्र में बिखर रहा है एनडीए गठबंधन,एनसीपी और बीजेपी नेताओं में जुबानी जंग
लोकसभा चुनाव नतीजों के बाद महाराष्ट्र में एनडीए गठबंधन में सब कुछ ठीक चलता नहीं दिख रहा है। पहले...