টিহুৰ কঠালমূৰা চ'কত কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰীশ্ৰীশনি মহাপ্ৰভূৰ যজ্ঞত শনিবাৰে অনুষ্ঠিত পূৰ্ণাহুতি প্ৰদান অনুষ্ঠানত যথেষ্ট ভক্তৰ সমাগম হয় । হাতে হাতে ধূপ-চাকি-নৈবদ্য লৈ সেৱা আগবঢ়াই ভক্ত সকলে । শ্ৰীশ্ৰীশনি মহাপ্ৰভূৰ যজ্ঞ উপলক্ষে নাম-প্ৰসংগ, ওজাপালি প্ৰদৰ্শন, আৰতী, আহুতি প্ৰদান, ধৰ্মালোচনী সভা, ঢুলীয়া প্ৰদৰ্শন, নাগাৰা নাম পৰিৱেশন, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় । এই শ্ৰীশ্ৰীশনি মহাপ্ৰভুৰ যজ্ঞত সেৱা আগবঢ়ালে ভক্তৰ মনোবাঞ্চা পূৰ্ণ হোৱাৰ লোক বিশ্বাস আছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बालपण देगा देवा । आजी आणि नातवाच प्रेमच वेगळं, पाहा हृदयपर्शी व्हिडिओ । Viral Video । Hpn News
बालपण देगा देवा । आजी आणि नातवाच प्रेमच वेगळं, पाहा हृदयपर्शी व्हिडिओ । Viral Video । Hpn News
ৰাজ্যৰ লাটমণ্ডল সকললৈ সুখবৰ দিলে ৰাজহ মন্ত্ৰী যোগেন মহনে। কি ভাল খবৰ শুনো আহক।
ৰাজ্যৰ লাটমণ্ডল সকললৈ সুখবৰ দিলে ৰাজহ মন্ত্ৰী যোগেন মহনে। কি ভাল খবৰ শুনো আহক।
દાહોદ ગાય ગૌહરીના ઉત્સવની ગરબાડા ગાંગરડી માં ઉત્સાહભેર ઉજવણી કરવામાં આવી
દાહોદ ગાય ગોહરીના ઉત્સવની ગરબાડા, ગાંગરડીમાં ઉત્સાહભેર ઉજવણી કરવામા આવી
ભગવાન...
नया Helmet खरीदते समय इन 5 जरूरी बातों का रखें ध्यान, राइडिंग के दौरान नहीं होगी कोई दिक्कत
नया हेलमेट खरीदते समय सबसे महत्वपूर्ण बात यह है कि ये आपके लिए आरामदायक होना चाहिए। गर्मियों में...