অহা ১১এপ্ৰিল তাৰিখে ডিব্ৰুগড় মানকটা খেলপথাৰত দেশৰ সন্মানীয় গৃহমন্ত্ৰী অমৃত শ্বাহ পদাৰ্পন কৰিব । সেইকাৰণে সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ নিমিত্তে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মৰাণ সমষ্টিৰ দুয়োটা মণ্ডল ক্ৰমে লৰুৱা আৰু খোৱাং মণ্ডলৰ কাৰ্য্যকৰ্তা সকলক সাক্ষাৎ কৰে । বিধায়ক চক্ৰধৰ গগৈ জিলা সভাপতি জগদ্বীশ ৰাজকোঁৱৰ, মণ্ডল সভাপতিদ্বয় ক্ৰমে ক্ষিৰোদ কূমাৰ দূৱৰা আৰু সূৰ্য্য ফুকনৰ লগতে জিলা বিষয়ববীয়া, মৰ্চাৰ বিষয়ববীয়া ,পঞ্চায়তৰ প্ৰতিনিধি শক্তিকেন্দ্ৰৰ প্ৰমুখৰ উপৰিও বহু সংখ্যক কাৰ্য্যকৰ্তা উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Suicide News: युवा नेता शरण भट्टी ने ट्रेन के आगे कूदकर की आत्महत्या, बीजेपी के युवा विंग में थे शामिल
अमलोह के पूर्व कैबिनेट मंत्री काका रणदीप सिंह के नजदीकी रहे युवा नेता शरण भट्टी ने ट्रेन के आगे...
বহিঃৰাজ্যৰ বিদ্যুৎ চালিত গামোচা নিষিদ্ধ কৰাত আনন্দিত পদ্মশ্ৰী সন্মানপ্ৰাপক শিপিনী হেমপ্ৰভা চুতীয়া
বহিঃৰাজ্যৰ বিদ্যুৎ চালিত গামোচাই এক প্ৰকাৰৰ বজাৰ দখল কৰিছিল অসমৰ । যিকোনো অনুষ্ঠানত কেৱল...
दांयी मुख्य नहर में एक युवक का शव मिला, शव को नीकाल कर पुलिस के सुपुर्द किया गया
दांयी मुख्य नहर में किशोरपुरा रेग्युलेटर गेट के पास कल एक बाईक एवं नहर के पास कपडे मिले थे उक्त...
રાજુલામાં ભવ્ય એરટેલ ફાઇબર ઇન્ટરનેટ સર્વિસનું લોન્ચિંગ કાર્યક્રમ યોજાયો
રાજુલામાં ભવ્ય એરટેલ ફાયબર ઈન્ટરનેટ સર્વિસનું ભવ્ય લોન્ચિંગ કાર્યક્રમ યોજાયો
રાજુલા શહેરમાં એરટેલ...