মাহমৰাৰ খুমটাই গাঁৱত চৰাইদেউ জিলাৰ কৃষিবিভাগৰ কৃষি কাৰ্য্যালয়ৰ আত্মাৰ অধীনত মাহমৰা উন্নয়ণ খণ্ডৰ অন্তৰ্গত খুমটাই ত আজি দিনৰ প্ৰায় বাৰবজাত শস্য আৰু মৎস্য উৎপাদন পদ্ধতিৰ প্ৰদৰ্শনী মূলক কাৰ্য্যসূচীৰ সম্পন্ন হয়। এই কাৰ্য্যসূচীত অৱসৰ প্ৰাপ্ত ভূ-তত্ত্ববিদ খগেন ভঁৰালী , মৰাণ কৃষি চক্ৰৰ কৃষি উন্নয়ণ বিষয়া প্ৰণৱজিৎ ভঁৰালী, আত্মাৰ জিলা সমিতিৰ বিষয় ববীয়া আৰু।স্থানীয় বহু সংখ্যক ৰাইজে অংশগ্ৰহন কৰে।
মাহমৰাৰ খুমটাই গাঁৱত চৰাইদেউ জিলা কৃষাবিভাগৰ উদ্যোগত শস্য আৰু মৎস্য উৎপাদন পদ্ধতিৰ কাৰ্য্যসূচী , কৃষি চক্ৰবিষয়াৰ অংশ গ্ৰহন।
 
  
  
  
   
  