অহা ১১এপ্ৰিল তাৰিখে ডিব্ৰুগড় মানকটা খেলপথাৰত দেশৰ সন্মানীয় গৃহমন্ত্ৰী অমৃত শ্বাহ পদাৰ্পন কৰিব । সেইকাৰণে সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ নিমিত্তে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মৰাণ সমষ্টিৰ দুয়োটা মণ্ডল ক্ৰমে লৰুৱা আৰু খোৱাং মণ্ডলৰ কাৰ্য্যকৰ্তা সকলক সাক্ষাৎ কৰে । বিধায়ক চক্ৰধৰ গগৈ জিলা সভাপতি জগদ্বীশ ৰাজকোঁৱৰ, মণ্ডল সভাপতিদ্বয় ক্ৰমে ক্ষিৰোদ কূমাৰ দূৱৰা আৰু সূৰ্য্য ফুকনৰ লগতে জিলা বিষয়ববীয়া, মৰ্চাৰ বিষয়ববীয়া ,পঞ্চায়তৰ প্ৰতিনিধি শক্তিকেন্দ্ৰৰ প্ৰমুখৰ উপৰিও বহু সংখ্যক কাৰ্য্যকৰ্তা উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರು ಉತ್ತರ ಮತಕ್ಷೇತ್ರದ ಮತದಾರರು ಕ್ರಮ ಸಂಖ್ಯೆ 21ರ ಪೆನ್ ಸ್ಟ್ಯಾಂಡ್ ಗೆ ತಮ್ಮ ಅಮೂಲ್ಯವಾದ ಮತ ನೀಡಬೇಕೆಂದು ಸುಧಾ ಅವರು ಮನವಿ ಮಾಡಿದರು.
ಏಪ್ರಿಲ್ 18, 2024
ಬೆಂಗಳೂರು ಉತ್ತರ ಲೋಕಸಭಾ ಕ್ಷೇತ್ರದಿಂದ ಸ್ವತಂತ್ರ ಅಭ್ಯರ್ಥಿಯಾಗಿ ಸುಧಾ ಅವರು...
বিশ্বনাথত দলিল নাটনি
দলিল নাটনিৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ স্মাৰক পত্ৰ...
ધ્રાંગધ્રા-સુરેન્દ્રનગર રોડ પર કાર અને રિક્ષા વચ્ચે અકસ્માત થયો
ધ્રાંગધ્રા-સુરેન્દ્રનગર રોડ પર કાર અને રિક્ષા વચ્ચે અકસ્માત થયો
सांसदी जाने के बाद अब बंगला खाली करने का नोटिस, राहुल गांधी की बढ़ी मुसीबत
लोकसभा से सदस्यता जाने के बाद अब राहुल गांधी को सरकार की ओर से आवंटित बंगला खाली करने का नोटिस...
HP Omen 17 (2023)
HP Omen 17
जब लैपटॉप की बात आती है तो आप एक छोटे से स्टाइलिश डिवाइस की ओर देखते हैं जो दिन भर...