চাওতে চাওতে পদুলিমুখ পালেহি হেপাহৰ ৰঙালী । ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি । ৰঙালী বিহুৰ প্ৰাকমুৰ্হুৰ্তত ইতিমধ্যে ঢোল, পেঁপাৰ মাতত মুখৰ হৈছে ৰাজ্যৰ আকাশ বতাহ ৷ এই সময়ত থলুৱা বাদ্যযন্ত্ৰ নিৰ্মানকাৰী শিল্পীসকল ব্যস্ত হৈ পৰিছে ৷ উল্লেখ্য নলবাৰী জিলাৰ টিহু নগৰৰ কৃষ্ণ বাদ্যকৰ নামৰ লোকজনে নিৰ্মান কৰা ঢোল পেঁপাৰ শব্দত ৰজনজনাই উঠে বিহু মঞ্চ ৷ অসমীয়াৰ জাতীয় জীৱনৰ অতি প্ৰাচীন লেকবাদ্যসমুহৰ ভিতৰত বৰঢোল, খোল, নাগাৰা, পেঁপা, মৃদংগ আদি বাদ্যসমুহ অতি নিখুঁতভাৱে তৈয়াৰ অথবা মেৰামতি কৰা বৃত্তিটোৰ প্ৰতি আকৃষ্ট হৈ জীয়াই ৰাখিছে টিহুৰ কৃষ্ণ বাদ্যকৰে ৷ এই বৃত্তিটো তেওলোকৰ পৰম্পৰাগতভাৱে অতীতৰে পৰা চলি আহিছে ৷ এই ব্যৱসায়েৰে পৰিয়ালটোক পোহপাল দি আহিছে কৃষ্ণ বাদ্যকৰে ৷ তেখেতৰ ল'ৰা জিন্তু, নিখিল আৰু ৰাজু বাদ্যকৰৰ লগতে পৰিয়ালৰ আটাইকেইজনে সহযোগ কৰি আহিছে ধোল নিৰ্মাণত ৷ তেওঁলোকে আম, কঁঠাল, মদাৰ, কদম আদি গছ কিনি আনি ঘৰতে নিৰ্মান কৰা এই বাদ্যযন্ত্ৰসমুহ অসমৰ দৰং, ওদালগুৰি, গোৰেশ্বৰ, বাইহাটা আদি ঠাইসমুহলৈ ৰপ্তানি কৰি আহিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
क्रीडा प्रेमी व खेळाडूंची मागणी पाहता विभागीय क्रिडा संकुल रविवारी सुध्दा सुरू ठेवण्याचे पालकमंत्री संदिपान भुमरे यांचे आदेश
औरगाबाद : महाराष्ट्र शासनाच्या क्रीडा धोरणानुसार विभागीय क्रीडा संकुल समिती मार्फत सुतगिरणी...
BANASKATHA // ટ્રક માં એરંડાની આડમાં લઈ જવાતો 27 લાખનો દારૂનો જથ્થો ઝડપી પાડપી બનાસકાંઠા LCB પોલીસ..
બનાસકાંઠા LCB પોલીસે ટ્રકમાં એરંડાની આડમાં લઈ જવાતો 27 લાખનો દારૂનો જથ્થો ઝડપી પાડ્યો..
બ્યૂરો...
रांजणगाव गणपती येथील मंगलमूर्ती विद्याधामच्या १५ खेळाडूंची जिल्हास्तर कराटे स्पर्धेसाठी निवड
रांजणगाव गणपती: पुणे जिल्ह्यातील शिरुर तालुक्यातील रांजणगाव गणपती येथील मंगलमूर्ती विद्याधामच्या...
বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত আওলাগুৰি গাওঁত সৰ্প দংশনত এগৰাকী ব্যক্তিৰ মৃত্যু
বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত আওলাগুৰি গাওঁত সৰ্প দংশনত এগৰাকী ব্যক্তিৰ মৃত্যু