সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাটো স্বাস্থ্য সেৱা উৎসৱৰ শুভ আৰম্ভণি। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে দেশৰ ভিতৰত প্ৰথম বাৰৰ বাবে ৰূপায়িত কৰা স্বাস্থ্য সেৱা উৎসৱ আজিৰে পৰা ৮ এপ্ৰিল, ২০২৩ পৰ্যন্ত অনুষ্ঠিত হব। গোলাঘাট জিলাত আজি মাননীয় স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত মহোদয় আৰু মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা মহোদয়ে স্বাস্থ্য সেৱা উৎসৱৰ আনুষ্ঠানিক উদ্বোধন কহৰা স্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত কৰে। উদ্ধোধন অনুষ্ঠানৰ পিছতেই মাননীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বাহ্যিক মূল্যায়নকাৰি ৰূপে চিকিৎসালয় খন পৰিদৰ্শন কৰি ঔষধ, কাম কাজ, ষ্টাফ কোৱাৰ্টাৰ, চিকিৎসালয় খনত উপলভ্য সুবিধা সমূহ আদিৰ বুজ লয়। গোলাঘাট জিলাত ৬ এপ্ৰিল, ২০২৩ তাৰিখৰ দিনা মুঠ ১৯ খন স্বাস্থ্য কেন্দ্ৰ সমূহৰ বাহ্যিক মান নিৰ্ধাৰন কৰে ৯ গৰাকী বাহ্যিক মান নিৰ্ধৰকাৰি সকলে। স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে চৰকাৰী চিকিৎসালয় সমূহৰ সামগ্ৰিক উন্নতিকৰন আৰু গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি চিকিৎসালয় সমূহৰ মূল্যায়নৰ ব্যবস্থা হাতত লোৱা হৈছে। সমগ্ৰ অসমৰ ১২৫২ খন চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱৰ আজি আৰম্ভণি হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत में जल्द वापसी करेगी Yamaha RX100, इस नए अपडेट के साथ लेगी एंट्री
यामाहा प्रसंशकों के लिए खुशखबरी! कंपनी जल्द ही यामाहा RX100 भारत में नए इंजन के साथ वापस लाने का...
कनॉट प्लेस आउटर सर्किल स्थित हाई फाई रेस्टोरेंट मे लगी आग/आग बुझाने फायर ब्रिगेड की 6 गाड़ियां मोजूद
दिल्ली के कनॉट प्लेट में आज सुबह लगी आ,फायर ब्रिगेड की 6 गाड़ियां मौके पर पहुचीं#thenewsexpress...
Indore में शुरु हुई Tree Ambulance, घर-घर जाकर करेगी पेड़-पौधों का इलाज | #Tree #Ambulance
Indore में शुरु हुई Tree Ambulance, घर-घर जाकर करेगी पेड़-पौधों का इलाज | #TreeAmbulance...
જુનાગઢ મહાનગરપાલીકા ધ્વારા પોષણ માસ-૨૦૨૨ની ઉજવણીના ભાગ રુપે
કુપોષણ/પોષણ જાગૃતિ પર ધ્યાન કેન્દ્રિત કરીને ક્વિઝ સ્પર્ધાઓ / ચિત્ર સ્પર્ધાનો
કાર્યક્રમ યોજાયો
આજ તા.૧૨/૦૯/૨૦૨૨ રોજ આઈ.સી.ડી.એસ. શાખા મહાનગરપાલિકા જુનાગઢ દ્વારા
“રાષ્ટ્રીય પોષણ...
ડીસા ના જેરડા ગામે સરપચપતિનો તલાટી સાથે અસભ્યવર્તન કરતો વિડિઓ થયો વાયરલ
ડીસા ના જેરડા ગામે સરપચપતિનો તલાટી સાથે અસભ્યવર્તન કરતો વિડિઓ થયો વાયરલ