শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজাবাৰী চাহ বাগিচাৰ নতুন মালিকীস্বত্ব হস্তান্তৰৰ সভা শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয । শিৱসাগৰ জিলাৰ উপায়ুক্তৰ লগতে সহকাৰী শ্ৰম আয়ুক্তৰ মধ্যষ্ঠতাত অসম চাহ কৰ্মচাৰী ৰ সংঘ, অসম চাহ মজদুৰ সংঘ আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ উপস্থিতিত অসম চাহ নিগমৰ ৰজাবাৰী চাহ বাগিচাৰ নতুন মালিকীস্বত্ব হস্তান্তৰৰ সভাত শ্ৰমিক কৰ্মচাৰীৰ নিয়মীয়া বেতন , ঘৰ, খোৱাপানী,আৰু অন্যান্য প্ৰাপ্য সুবিধাৰ সন্দৰ্ভত আলোচনা কৰা হয়। ৰজাবাৰী চাহবাগিচাৰ নতুন স্বত্ত্বাধিকাৰী মিঃ ডি কুকুৰাছোৱাই এইখিনি শ্ৰীঘ্ৰে ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#Botad | આદમી પાર્ટીમાં ભંગાણ થયું હોવાની ઘટના પ્રકાશમાં આવી | Divyang News
#Botad | આદમી પાર્ટીમાં ભંગાણ થયું હોવાની ઘટના પ્રકાશમાં આવી | Divyang News
कॉमनवेल्थ फेन्सिंग चॅम्पियनशीपमधील विजेत्यांचे जिल्हाधिकारी सुनील चव्हाण यांच्याकडून अभिनंदन*
कॉमनवेल्थ फेन्सिंग चॅम्पियनशीपमधील विजेत्यांचे जिल्हाधिकारी सुनील चव्हाण यांच्याकडून...
Breaking News: खालिस्तानियों पर Trudeau का बड़ा बयान, कनाडा में खालिस्तानी समर्थक की बात स्वीकारी
Breaking News: खालिस्तानियों पर Trudeau का बड़ा बयान, कनाडा में खालिस्तानी समर्थक की बात स्वीकारी
Lucknow Violence: लखनऊ में एक शादी समारोह के दौरान बड़ा बवाल हुआ | Aaj Tak Hindi Neews
Lucknow Violence: लखनऊ में एक शादी समारोह के दौरान बड़ा बवाल हुआ | Aaj Tak Hindi Neews