ভাৰতীয় এথলেটিকৰ Theme song হিচাপে নিৰ্বাচিত নীলোৎপল বৰাৰ 'ক্যা খেলা ৰে চাব্বাছ' শীৰ্ষক গীতটি । কমনৱেলথ গেমছ ২০২২ ত ব্যৱহাৰ কৰা হৈছে গীতটি। নিলোৎপল বৰাৰ এই গীতটো নেটফ্লিকছৰ যাদুগৰ নামৰ চিৰিজ খনত আছে।