গোলাঘাটত বিচ্ছিন্নবাদী সন্ত্ৰাসবাদী সংগঠন "খালিস্থানী"ৰ পতকা দাহ। হিন্দু যুৱ পৰিষদ,অসমে দাহ কৰে খালিস্থানী পতাকা। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰা এই সন্ত্ৰাসবাদী সংগঠনটোক কঠোৰ সমালোচনা কৰাৰ লগতে কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহক অসম তথা ভাৰতৰ শান্তি শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায় হিন্দু যুৱ পৰিষদ অসমে। এই সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট বিটা চাৰিআলিত বিচ্ছিন্নবাদী সন্ত্ৰাসবাদী সংগঠন "খালিস্থানী"ৰ পতকা দাহ কৰে সংঘটনটোয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত পাঁচশ বছৰীয়া আমগছৰ মৃত্যু
মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ শোভাবৰ্ধন কৰা পাঁচশ বছৰীয়া আমগছ জোপাৰ মৰি শুকাব ধৰিছে ৷ বিগত...
ધોરાજીમા ચોમાસા દરમ્યાન વરસેલા વરસાદને કારણે રસ્તાઓ બિસ્માર | Daily Gujarat News
ધોરાજીમા ચોમાસા દરમ્યાન વરસેલા વરસાદને કારણે રસ્તાઓ બિસ્માર | Daily Gujarat News
ધોરાજી ના મુખ્ય...
રાજુલાના ખાખબાઈ ગામે બ્લડ ડોનેશન કેમ્પનું સુંદર આયોજન l Divyang News
રાજુલાના ખાખબાઈ ગામે બ્લડ ડોનેશન કેમ્પનું સુંદર આયોજન l Divyang News
कांग्रेस की 5 गारंटी को जनता ने किया स्वीकार, मंत्रिमंडल गठन के पहले दिन ही शुरू करेंगे काम- मल्लिकार्जुन खरगे
नई दिल्ली, कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे ने कहा कि कांग्रेस की प्राथमिकता कर्नाटक के लोगों...
WhatsApp Channels के लिए आए 4 नए फीचर्स, बदल कर रख देगा यूजर्स का एक्सपीरियंस, यहां जानें डिटेल्स
WhatsApp अपने कस्टमर्स के लिए समय समय पर नए अपडेट लाता रहता है जिससे कस्टमर्स को बेहतर...