মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ শোভাবৰ্ধন কৰা পাঁচশ বছৰীয়া আমগছ জোপাৰ মৰি শুকাব ধৰিছে ৷ বিগত এটা মাহত আমগছ জোপাৰ কেঁচা পাতবোৰ শুকাই সৰি যোৱা প্ৰত্যক্ষ কৰি গছজোপা মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ পৰিচালনা সমিতিয়ে বিষয়টো আজিও গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে বিভিন্ন জনে দুখ প্ৰকাশ কৰিছে ৷ কি কাৰনে গছজোপাৰ মৃত্যু হ’বলৈ ধৰিছে আৰু ইয়াৰ প্ৰতিকাৰ কিয় কৰা নাই এই সম্পৰ্কে পৰিচালনা সমিতিৰে হোৱা সাক্ষাৎকাৰত সমিতিখনে কয় যে গছজোপাত দীৰ্ঘদিনে ৰঘুমলাই চানি ধৰাৰ বাবেই মৃত্যু ঘটিছে ৷ গছজোপাৰ ৰঘুমলা কাটিবলৈ গছত উঠিবলৈ কোনো লোকে সাহস নকৰাৰ বাবে আজিও ৰঘুমলা কাটিব নোৱাৰা বুলি জানিবলৈ দিয়াৰ লগতে কয় গছ জোপা জীয়াই তুলিবৰ বাবে কৃষি বিভাগ আৰু উদ্ভিদবিদৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷ পৰিস্থিতি যিয়েই নহওঁক এজোপা পাঁচশ বছৰীয়া আমগছ সংৰক্ষণৰ ক্ষেত্ৰত জন্মস্থান পৰিচালনা সমিতি খনে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই এনেদৰে নিঃশেষ হোৱাতো দুৰ্ভাগ্যজনক বিষয় ৰুপে চিহ্নিত হৈছে ৷ প্ৰায় আশী শতাংশ মৃত্যু হোৱা গছ জোপা যি কোনো প্ৰকাৰে জীয়াই তুলিবলৈ বিশেষজ্ঞসকলৰ পৰামৰ্শ বিচাৰিছে জন্মস্থানৰ ভকত বৈষ্ণৱসকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાતમાં આમ આદમી પાર્ટી શુ આ બેઠકો ભાજપ-કોંગ્રેસ પાસેથી આંચકી લેશે ?ગોઠવાઈ વ્યૂહરચના
ગુજરાત વિધાનસભાની ચૂંટણી નજીક આવી રહી છે ત્યારે ભાજપ અને આમ આદમી પાર્ટીએ પોતાની રીતે તૈયારીઓ શરૂ...
Fiscal Deficit कैसे calculate होता है? | Revenue Deficit का हिसाब | 24 Ka Budget
Fiscal Deficit कैसे calculate होता है? | Revenue Deficit का हिसाब | 24 Ka Budget
DEESA // ડીસા બનાસ નદીના પુલ પાસેથી સ્ટેટ મોનિટરિંગ સેલની ટીમે વિદેશી દારૂ ભરેલી સ્વીફ્ટ કાર ઝડપી..
ડીસા બનાસ નદીના પુલ પાસેથી સ્ટેટ મોનિટરિંગ સેલની ટીમે વિદેશી દારૂ ભરેલી સ્વીફ્ટ કાર ઝડપી લઇ કાર...
शंभू ॐकारा 72 घंटे के कीर्तन का महाआरती के साथ हुआ भव्य समापन
मंगलवार रात्रि से शुरू हुए तीन दिवसीय 72 घंटे के अखंड कीर्तन शंभू ओंकारा का शनिवार को महाआरती के...