গোলাঘাটত ভাৰতীয় চাহ বৰ্ডৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ।গোলাঘাটৰ চাহ বৰ্ডৰ উদ্যোগত গোলাঘাট নগৰৰ শংকৰদেৱ উদ্যানত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত জৈৱিক ভাৱে চাহ প্ৰস্তুত কৰা ছেংচ অৰ্গেনিক টী, পাভজান টী আৰু উৰ্মিকা টীকে আদি চাহ প্ৰস্তুতকৰণ প্ৰতিষ্ঠানে জৈৱিক চাহ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে৷ অনুষ্ঠান ভাৰতীয় চাহ বৰ্ডৰ নৱ-নিৰ্বাচিত কেন্দীয় সদস্য ৰাজীৱ গোহাই, গোলাঘাট টী বৰ্ডৰ সহকাৰী সঞ্চালক অৰুপজ্যোতি দাসে অংশগ্ৰহণ কৰি চাহক উন্নত মান বৈশিষ্টভাৱে প্ৰস্ততকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেনেদৰে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ দখল কৰিব পাৰি তাৰ ওপৰত বিতং ব্যাখা আগবঢ়ায় । জৈবৈক চাহ প্ৰস্তুত কৰি ৰাজ্যিক,ৰাষ্ট্ৰীয় পৰ্যায়ত সূখ্যাতি অৰ্জন কৰা ছেংচ অৰ্গেনিকৰ স্বতাধিকাৰী ভোগেশ্বৰী ছাংমায়ে কয় যে, জৈবিক চাহৰ গুণাগুণৰ বিষয়ে আৰু চাহিদা বৰ্তমান বজাৰত যেনেদৰে হব লাগে,সেইদৰে হোৱা নাই । এই ক্ষেত্ৰত ৰাইজৰ সচেতনতা বৃদ্ধিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত গোলাঘাট পৌৰ সভাৰ পৌৰপতি দুলুমণি বৰবৰা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
श्री गहोई वैश्य एसोसिएशन द्वारा सामूहिक रुद्राभिषेक पूजन हवन भंडारे का आयोजन किया गया
जबलपुर
श्री गहोई वैश्य एसोसिएशन द्वारा सामूहिक रुद्राभिषेक पूजन हवन भंडारे का आयोजन किया गया...
શેરડીટીંબામા ઉતરાયણ નિમિતે બાળકોને ભોજન અપાયું
રાહુલ પ્રજાપતિ
હિંમતનગર તાલુકાના શેરડીટીમ્બા ગામમા રવિવારે ઉત્તરાયણ નિમિત્તે શાળાના બાળકોને ભોજન...
અમદાવાદ : દિવાળીમાં ટ્રાફિક થી થતી તકલીફો માટે લોકોની મદદ રૂપે ટ્રાફિક પુલિસ નું આયોજન JCP SIR press મિટિંગ
અમદાવાદ : દિવાળીમાં ટ્રાફિક થી થતી તકલીફો માટે લોકોની મદદ રૂપે ટ્રાફિક પુલિસ નું આયોજન JCP SIR
कोढंव्यातील पनीर कारखान्यावर कारवाई
अन्न व औषध प्रशासन कार्यालयाच्यावतीने कोंढवा बुद्रुक येथील टिळेकरनगर परिसरातील मे. सद्गुरू कृपा...
সোণাৰিত ছাত্ৰ অপহৰণৰ বাতৰিক লৈ উত্তেজনা।
সোণাৰিত ছাত্ৰ অপহৰণৰ বাতৰিক লৈ উত্তেজনা।
সোণাৰিত ছাত্ৰ অপহৰণৰ বাতৰিক লৈ উত্তেজনা।
...