বন বিভাগে থলুৱা ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগত কাজিৰঙাত প্ৰতিবাদ।কহঁৰা বনাঞ্চলৰ দাতিকাষৰীয়া ১ নং শিলডুবি গাৱৰ ৰাইজৰ সহযোগত কহঁৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজিৰঙা শাখাই।সংগঠনটোৰ অভিযোগ বন বিভাগে বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকসকলক অত্যাচাৰ চলাই অহাৰ লগতে উচ্ছেদৰ ভাবুকি প্ৰদান কৰি আহিছে।ইপিনে সংঠনটোৰ অভিযোগসমূহ অস্বীকাৰ কৰে বন বিভাগৰ বিষয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Chhattisgarh में बोले PM Modi, 'आतंकियों के मारे जाने पर कांग्रेस आंसू बहाती है' | Elections 2024
Chhattisgarh में बोले PM Modi, 'आतंकियों के मारे जाने पर कांग्रेस आंसू बहाती है' | Elections 2024
Jammu Kashmir Election 2024: मतदान से पहले बढ़ी बीजेपी की टेंशन, एक और नेता ने छोड़ी पार्टी
Jammu Kashmir Election 2024: मतदान से पहले बढ़ी बीजेपी की टेंशन, एक और नेता ने छोड़ी पार्टी
*सावळी बु. येथे शेळीपालन प्रशिक्षणाला उत्स्फूर्त प्रतिसाद*
जनता न्यूज चॅनल प्रतिनिधी माबुद खान
जिंतूर: तालुक्यातील सावळी बु. येथे स्टेट बँक ऑफ इंडियाच्या...
চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত চফ্ৰাইত কাতি বিহু উদযাপন আৰু সজাগতা সভা
অন্যান্য ঠাইৰ লগতে চৰাইদেউ জিলাতো প্ৰতিজন লোকৰ ঘৰৰ লগতে ঠায়ে ঠায়ে সমূহীয়াকৈ অনুষ্ঠিত...
কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন কাজিৰঙাৰ ৰাজপথ।
কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন কাজিৰঙাৰ ৰাজপথ।প্ৰতিটো ঋতুৰ দৰে বৰ্ষা ঋতুৰ সময়ত কাজিৰঙাই লাভ কৰে ন...