তেজপুৰত ভুৱা খাকী পোছাকধাৰী আটক৷ ধৃত ভুৱা পুলিচটোৰ নাম পংকজ হাজৰিকা৷ ঘৰ ধেমাজিত৷ তেজপুৰ পৰোৱাত নিশা হঠাৎ আবিৰ্ভাৱ হয় ভুৱা পুলিচৰ৷ সঁচা পুলিচৰ মাজত সোমাই আনকি জৰিমনাও বিহে হেলমেট পৰিধান নকৰা বাইক আৰোহীক৷ ঘটনাস্থলীত সন্দেহ ওপজে তালাচীত নিয়োজিত মহাভৈৰৱ আৰক্ষীৰ৷ নিজকে মহাভৈৰৱ আৰক্ষী চকীৰ ASI বুলি পৰিচয় দিয়ে খোদ মহাভৈৰৱ আৰক্ষীকে৷ পিছত ই-ৰিক্সাত পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ পোছাকতে হাতেলোতে আটক কৰে আৰক্ষীয়ে৷ ধৃত ভুৱা ASI ৰ বিৰুদ্ধে মাজুলি, যোৰহাটকে ধৰি বিভিন্ন থানাত ঠগ-প্ৰৱঞ্চনাৰ গোচৰ পঞ্জীয়ন হৈ আছে৷ তেজপুৰত প্ৰৱঞ্চনাৰ জাল পেলাওঁতে খাকী পোছাকধাৰীৰ হাতত আটক হ'ল ভু্া খাকী পোছাকধাৰী৷ ধৃত বপুৰাক এই মুহুৰ্তত আৰক্ষীয়ে জেকা চলাই আছে৷ গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এপিজে আব্দুল কালামৰ স'তে সম্পাদনা কৰা ফটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বহিঃৰাজ্যত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ।মৃত চিআৰপিএফ জোৱানজন মৰিয়নিৰ নতুন মাটিৰ টংকেশ্বৰ দাস।
🔴বহিঃৰাজ্যত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ।
🔴 মৃত চিআৰপিএফ জোৱানজন মৰিয়নিৰ নতুন...
વલસાડમાં લેપ્ટોસ્પાઇરોસિસનો પ્રથમ કેસ નોંધાયો ; કોરોનાના નવા 13 દર્દી ઉમેરાયા
વલસાડમાં ભારે વરસાદના માહોલ વચ્ચે જૂલાઇ મહિનામાં કોરોનાના સતત કેસો નોંધાઈ રહયા છે અને કોરોનાના...
Loksabha Election 2024: Delhi में आज से BJP की रथ यात्रा शुरु, JP Nadda दिखाएंगे हरी झंडी | Latest
Loksabha Election 2024: Delhi में आज से BJP की रथ यात्रा शुरु, JP Nadda दिखाएंगे हरी झंडी | Latest
ছিপাঝাৰ পৌৰসভাৰ মাছুল সংগ্ৰহ অভিযানৰ শুভাৰম্ভণি
ছিপাঝাৰ পৌৰসভাই আৰম্ভ কৰিলে মাছুল সংগ্ৰহৰ অভিযান। আজি ৩০/৯/২০২২ তাৰিখে বাছ , মেজিক , ই- ৰিক্সা,...