তুমি যেন পপীয়া তৰাৰে টিহুত জুবিনৰ সুৰৰ মূৰ্ছনা,এটাৰ পিছত আনটো জনপ্ৰিয় গীতেৰে মুহিলে হাজাৰ হাজাৰ জনতাক।নলবাৰী জিলাৰ টিহুৰ নমাটি বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজা শতবৰ্ষ মহোৎসৱত সংগীত জগতৰ অদ্বিতীয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠান । দহ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত নমাটি বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজাৰ শতবৰ্ষ উৎসৱত বৃহস্পতিবাৰে নিশাৰ ভাগত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰে।এটাৰ পিছত আনটো জনপ্ৰিয় গীতেৰে মোহাচ্ছন্ন কৰিলে লক্ষাধিক জনতাক।বৃহস্পতিবাৰে বাসন্তী পূজাৰ নৱম দিনটোত সংগীত পৰিৱেশন কৰিলে জুবিন গাৰ্গে।তুমি যেন পপীয়া তৰাৰে সংগীতনুষ্ঠান আৰম্ভ কৰি ড° বেজবৰুৱা এলবামৰ কি নাম দি মাতিম,মায়া,ৰুমাল,মনৰ নিজানত আদি কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰিলে কন্ঠশিল্পী জুবিন গাৰ্গে।জুবিন গাৰ্গ সংগীতানুষ্ঠান সুন্দৰভাৱে উপভোগ কৰিলে টিহুবাসী ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
খাৰুপেটিয়া আৰক্ষীৰ বৃহৎ সফলতা-বহুত কেইটা ATM কাৰ্ড PAN কাৰ্ড, সোণৰ চেইনসহ ৩ যুৱক ধৃত
খাৰুপেটিয়া আৰক্ষীৰ বৃহৎ সফলতা-বহুত কেইটা ATM কাৰ্ড PAN কাৰ্ড, সোণৰ চেইনসহ ৩ যুৱক ধৃত
Roof top restaurant ZIZA opens at Rachenahalli
Roof top restaurant ZIZA opens at Rachenahalli
২ ডিচেম্বৰত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি 'মেড ইন নলবাৰী'
২ ডিচেম্বৰত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি 'মেড ইন নলবাৰী'
5500mAh बैटरी और 50MP सेल्फी कैमरा वाले Vivo V30e 5G की लॉन्चिंग आज, इन खूबियों के साथ करेगा फोन एंट्री
एक बड़ी बैटरी और स्लिम डिजाइन वाले फोन की तलाश है तो ये जानकारी आपके काम की हो सकती है। आज यानी 2...