পথ নে পুখুৰী ধৰিব নোৱাৰা এটা জৰাজীৰ্ণ পথ হৈছে বাক্সাৰ শালবাৰীৰ শিলবাৰী হাঁহচৰা ৰূপহী সংযোগী পথটো৷প্ৰতিদিনে বহু ছাত্ৰছাত্ৰীৰ লগতে সাধাৰণ লোক আহযাহ কৰা পথটোত এজাক বৰষুণ পৰিলেই ব্যাঘাত জন্মে যাতায়াতত৷পথটোৰ মাজে মাজে আকৌ পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত৷বিপিএফ চৰকাৰৰ দিনত পথটো পকীকৰণ কৰিছিল যদিও সেইবোৰ ভাঙিচিঙি গৈ এতিয়া যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈয়ে অসুবিধাৰ সৃষ্টি কৰিছে পথটোৱে৷নিৰ্বাচনৰ পূৰ্বে বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো আৰু স্থানীয় বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্মই পথটো নিৰ্মাণৰ কথা দিছিল যদিও আজিলৈ সেয়া পূৰণ নকৰিলে বুলি ৰাইজে অভিযোগ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#बुलंदशहर#समुदाय विशेष के लड़कों ने नाबालिग बच्चियों के साथ की छेड़छाड़,
#बुलंदशहर#समुदाय विशेष के लड़कों ने नाबालिग बच्चियों के साथ की छेड़छाड़,
Rishabh Pant के वर्ल्ड कप खेलने पर भी लटकी तलवार, भारतीय फैंस के लिए आई दिल तोड़ देने वाली खबर
नई दिल्ली, स्पोर्ट्स डेस्क। ऋषभ पंत की क्रिकेट के मैदान में कब वापसी होगी। इस बारे...
કડી : છઠ્ઠા નોરતે ખેલૈયાઓનો થનગનાટ જામ્યો, સૂર્ય કિરણ ગ્રીન્સ ફ્લેટમાં વેશભુષા યોજાઇ, જોવા જેવો Video
કડી શહેરમાં ધીરે ધીરે નવરાત્રિનો અનેરો માહોલ જામતો જઈ રહ્યો છે. કડી શહેરની અંદર વિવિધ સોસાયટીઓમાં...
MANIPUR CHIEF MINISTER LAUNCHES SPARROW FOR MCS AND MPS
Imphal: Manipur Chief Minister Shri N. Biren Singh today launched the Smart Performance...
उत्तराखंड में 24 से 27 जनवरी को भारी बारिश-बर्फबारी का अलर्ट, जोशीमठ में बढ़ सकती हैं मुसीबतें
उत्तराखंड में 24 से 27 जनवरी को भारी बारिश और बर्फबारी की संभावना है. राज्य मौसम विभाग ने इसके...