পথ নে পুখুৰী ধৰিব নোৱাৰা এটা জৰাজীৰ্ণ পথ হৈছে বাক্সাৰ শালবাৰীৰ শিলবাৰী হাঁহচৰা ৰূপহী সংযোগী পথটো৷প্ৰতিদিনে বহু ছাত্ৰছাত্ৰীৰ লগতে সাধাৰণ লোক আহযাহ কৰা পথটোত এজাক বৰষুণ পৰিলেই ব্যাঘাত জন্মে যাতায়াতত৷পথটোৰ মাজে মাজে আকৌ পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত৷বিপিএফ চৰকাৰৰ দিনত পথটো পকীকৰণ কৰিছিল যদিও সেইবোৰ ভাঙিচিঙি গৈ এতিয়া যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈয়ে অসুবিধাৰ সৃষ্টি কৰিছে পথটোৱে৷নিৰ্বাচনৰ পূৰ্বে বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো আৰু স্থানীয় বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্মই পথটো নিৰ্মাণৰ কথা দিছিল যদিও আজিলৈ সেয়া পূৰণ নকৰিলে বুলি ৰাইজে অভিযোগ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলী জিলা চিকিৎসালয়ত ফিজিঅ'থেৰাপি পৰিদৰ্শন কৰে সাংসদ প্ৰদান বৰুৱাই....
মাজুলী জিলা চিকিৎসালয়ত ফিজিঅ'থেৰাপি পৰিদৰ্শন কৰে সাংসদ প্ৰদান বৰুৱাই....
Death Reports: फिलीपींस में इस महीने के शुरुआत से अबतक 72 लोगों की डूबने से हुई मौत, कई बच्चे भी हैं शामिल
मनीला, फिलीपींस पुलिस ने सोमवार को कहा कि महीने की शुरुआत से अब तक फिलीपींस में कुल 72 लोग...
Cyclone Remal Video: रेमल तूफान ने लिया विकराल रुप, बंगाल में छोड़े तबाही के निशान | Aaj Tak News
Cyclone Remal Video: रेमल तूफान ने लिया विकराल रुप, बंगाल में छोड़े तबाही के निशान | Aaj Tak News
ઉપલેટા : ડો.ભીમરાવ આંબેડકરની 132 મી જયંતિની પૂર્ણાવર્તીની ઉજવણી | SatyaNirbhay News Channel
ઉપલેટા : ડો.ભીમરાવ આંબેડકરની 132 મી જયંતિની પૂર્ણાવર્તીની ઉજવણી | SatyaNirbhay News Channel