ডিব্ৰুগড় জিলাৰমৰাণ ৰাজহ বিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ পিয়লি নগৰত থকা মৰাণ চেনিটাৰীৰ বাসগৃহত কাম কৰি থকা এজন শ্ৰমিক দুমহলাৰ ছাদৰ ওপৰৰ পৰা পৰি গুৰুতৰ ভাৱে আহত হয়।শ্ৰমিকজন তাঁতী বস্তিৰ ডব্লিউ তাঁতী বুলি জানিব পৰা গৈছে। শ্ৰমিকজনক তৎক্ষণাত মৰাণৰ ব্ৰক্ষ্মপুত্ৰ হস্পিতেললৈ নিয়া হৈছিল যদিও গুৰুতৰ অৱস্থা দেখি উন্নত চিকিৎসাৰ বাবেডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাহৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘ऐसा विधायक नहीं देखा’ MLA Kuldeep Juneja की ईमानदारी पर क्या बोले लोग? Rahul Gandhi ने क्या कहा था?
‘ऐसा विधायक नहीं देखा’ MLA Kuldeep Juneja की ईमानदारी पर क्या बोले लोग? Rahul Gandhi...
MHEMDAVAD- દલિત સમાજ દ્વારા આભડછેટ નાબૂદ કરવાના બાર મુદ્દાને લઈને 90 મીટર લાંબુ બેનર સાથે પ્રદર્
MHEMDAVAD- દલિત સમાજ દ્વારા આભડછેટ નાબૂદ કરવાના બાર મુદ્દાને લઈને 90 મીટર લાંબુ બેનર સાથે પ્રદર્
Israel Hamas War : ऐसे यहूदी जो इसराइल के ख़िलाफ़ और फलस्तीन के पक्ष में हैं (BBC Hindi)
Israel Hamas War : ऐसे यहूदी जो इसराइल के ख़िलाफ़ और फलस्तीन के पक्ष में हैं (BBC Hindi)
দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ককাল ভাঙি নাচিলে বিধায়ক বিনোদ হাজৰিকাৰ লগতে চক্ৰধৰ গগৈয়ে
তুংগত উঠিছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ । টিংখাঙৰ কলৌলোৱাত ভাস্কৰ...