সৃষ্টিৰ এক পৰিচয় থাকে । সেই পৰিচয় লুকাই থাকিলেও এদিন প্ৰতিফলিত হয় । তেনে এক পৰিচয়ে পোহৰলৈ আহিছে মৰাণৰ সমীপৰ খোৱাঙত । দুজোপা গছৰ সৃষ্টিৰ আঁৰৰ খবৰ পোহৰলৈ আনিছে খোৱাঙৰ কেইজনমান বয়োজ্যেষ্ঠ ব্যক্তিয়ে । খোৱাঙৰ সোনোৱাল বঙালী গাঁৱৰ স্থায়ী দুৰ্গা মন্দিৰৰ কাষতে থকা এজোপা আম গছ আৰু এজোপা আঁহত গছক লৈ ৰাইজ আজিও গৌৰৱান্বিত । কাৰণ গছ দুজোপা ৰোপণ কৰিছিল দুজন স্বনামধন্য ব্যক্তিয়ে । ইয়াৰে আম গছ জোপা মহাত্মা গান্ধীয়ে আৰু আঁহত গছ জোপা ৰোপণ কৰিছিল জৱাহৰলাল নেহেৰুৱে । ১৯৪০ চনত দুয়োজন ব্যক্তিয়ে গছ দুজোপা ৰোপণ কৰা বুলি বয়োজ্যেষ্ঠ লোক সকলৰ মাজত কথিত আছে । যাৰ বাবে গাঁৱৰ বাসিন্দা সকলে এখন টাস্ক বৰ্ডৰ কমিটি গঠন কৰি গছ দুজোপা সংৰক্ষণ কৰি ৰাখিছিল । বহু বয়স গৰকা গছ দুজোপা সংৰক্ষণক লৈ উদাসীন চৰকাৰ কিম্বা সংশিষ্ট বিভাগ । ৰাইজে গঠন কৰা সেই টাস্ক বৰ্ড খন বৰ্তমান নিষ্ক্ৰিয় হোৱাৰ লগতে ধনৰ অভাৱত সংৰক্ষণ কৰিব পৰা নাই গাঁৱৰ লোকসকলে । অলাগতিয়াল লটাৰে আৱৰিছে ঐতিহাসিক গছ দুজোপা । ৰাইজে সেয়ে চৰকাৰক আহ্বান জনাইছে এই দুয়োজনা মহান ব্যাক্তিয়ে ৰোপণ কৰা গছ দুজোপা সংৰক্ষণ কৰিবলৈ । গাঁওবাসীৰ আশা, গছ দুজোপাৰ লগতে স্থানতো যদি সুন্দৰকৈ সজাই তোলা হয়, তেন্তে পৰ্যটন কেন্দ্ৰবিন্দু হোৱাৰো স্থল আছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
असम राज्य बाल संरक्षण आयोग की पहल पर चराइदेव जिले में दिव्यांग बच्चों के अधिकारों पर जागरूकता बैठक
असम राज्य बाल संरक्षण आयोग की पहल पर चराइदेव जिले में दिव्यांग बच्चों के अधिकारों पर जागरूकता बैठक
देखते ही देखते कुछ ही सेकेंड में इतनी बड़ी इमारत मिट्टी में मिल गई.. क्यों तोड़ा गया ट्विन टावर को? अधिक जानकारी के लिए sms 📰 news🗞️ पढ़िए..
सबसे बड़ा सवाल की आखिर इन टावर्स को गिराया क्यों जा रहा है? अगर ये टावर भ्रष्टाचार की बुनियाद पर...
ધાનેરામાં મહર્ષિ નારદમુનિજી જયંતીની ઉજવણી કરવામાં આવી
ધાનેરામાં મહર્ષિ નારદમુનિજી જયંતીની ઉજવણી કરવામાં આવી
...
જૂનાડીસા ની જી એમ મહેતા પ્રાયમરી સ્કૂલના વિધાર્થીઓએ સરકારી કચેરીઓની મુલાકાત લીધી..
જૂનાડીસા ની જી એમ મહેતા પ્રાયમરી સ્કૂલના વિધાર્થીઓએ સરકારી કચેરીઓની મુલાકાત લીધી..