মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি শণিবাৰে মাইবেলাৰ লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ চৌহদত গছপুলি ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰে । এই কাৰ্যসূচী গছপুলি ৰোপনেৰে শুভাৰম্ভ কৰে প্ৰকল্পৰ মহাপ্ৰবন্ধক দীপাঞ্জল দাসে ।