মাজুলীৰ নপমুৱা প্ৰথমিক বিদ্যালয়ত কনকন শিশুৰ মুখ্যমন্ত্ৰীলৈ প্ৰৰ্থনা আমাৰ বিদ্যালয় খন ইয়াতে ৰাখক .১৯৭১ চনতেই ৰতনপুৰ গায়ন গাঁও পঞ্চায়তৰ অন্তৰ্গত নপমুৱাত প্ৰতিষ্ঠা হোৱা নপমুৱা প্ৰাথমিক বিদ্যালয় খন চিনাতলি প্ৰথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰাক লৈ আজি বিদ্যালয় খনত অভিভাৱকোআৰু ছাত্ৰছাত্ৰী সকলে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰ্তিবাদ সাৱস্ত কৰে ৷ ছাত্ৰছাত্ৰী সকলে হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লিখিত গ্ৰন্থ বুকুত লৈ প্ৰাৰ্থনা্ গায় একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷ আনহাতে ২৬ জনকৈ শিৰ্ক্ষাৰ্থী থকা বিদ্যালয় খনলৈ ২৬ জুলাইৰ পৰা শিক্ষক অহা নাই যদিও পৰিচালনা সমিতিয়ে গাৱঁৰ শিক্ষিত যুৱকৰ দ্বাৰা বিদ্যালয় খনতেই অব্যাহত ৰাখিছে পাঠদান ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ ভুলৰ ফল ভোগিছে বুলি অভিযোগ অভিভাৱকৰ ৷ শিক্ষা বিভাগক এই বিদ্যালয়ৰ একত্ৰীকৰণৰ বিষয়টো পুনৰ বিবেচনা কৰি নপমুৱা প্ৰাথমিক বিদ্যালয়তে পাঠদান কৰাৰ আহ্বান জনাইছে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হলে বাবে মাথাউৰিৰ বাহিৰত পানী সোমালেই বহুদিনলৈ বন্ধ হৈ পৰা চিনাতলি বিদ্যালয় খনলৈ ছাত্ৰছাত্ৰী নপঠিয়াই অভিভাৱকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোগামুখ - ঢকুৱাখনা - মাজুলী সংযোগী ৰাজ্যিক ঘাইপথ উপৰে বাগৰিছে পানী | চিন্তিত ঢকুৱাখনাবাসী
গোগামুখ - ঢকুৱাখনা - মাজুলী সংযোগী ৰাজ্যিক ঘাইপথ উপৰে বাগৰিছে পানী | || চিন্তিত ঢকুৱাখনাবাসী
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
চৰাইদেউ জিলাত ড্ৰাই ডে'' ঘোষণা
নাগালেণ্ডত অনুষ্ঠিত হ'বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ উপায়ুক্ত পল...
Manoj Bajpayee discusses the importance of having the entire family watch the movie Bandaa. - Newzdaddy
Manoj Bajpayee will portray a lawyer in his upcoming film, according to Bandaa. The talented...