গোলাঘাটত শ্ৰী শ্ৰী সূৰ্য ষষ্ঠী পূজাত সেৱা আগবঢ়ায় মন্ত্ৰী অজন্তা নেওগে। অখিল অসম ভোজপুৰী পৰিষদ, গোলাঘাট আঞ্চলিকৰ উদ্যোগত আজিৰে পৰা ধনশিৰি নদীৰ পাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী সূৰ্য ষষ্ঠী পূজাৰ। আজি প্ৰথম দিনটোতেই এই অনুষ্ঠানত উপস্থিত হৈ সেৱা আগবঢ়ায় মন্ত্ৰী অজন্তা নেওগে। সেৱা লৈ সকলো ভক্তক শুভেচ্ছা জনাই মন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য ভোজপুৰী সমাজৰ মাজত প্ৰচলিত এই পবিত্ৰ পূজা ভাগ অতি আধ্যাত্মিক তথা নিয়ম নীতিৰে পালন কৰা হয়। আজি সূৰ্য ডুব যোৱাৰ আগে আগে অৰ্গ প্ৰদান কৰি পুনৰ কাইলৈ কাহিলী পুৱা সূৰ্য দেৱতাক পূজা অৰ্চনা কৰি পৰিয়াল তথা আত্মীয়ৰ মঙ্গল কামনা কৰা পৰিলক্ষিত হয়। কিন্তু বৰ্তমান এই পবিত্ৰ অনুষ্ঠান ভাগ অকল ভোজপুৰী সমাজৰ উপৰিও বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰমৰ উদ্যোগত যুৱ সন্মিলন
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰমত আজি অনুষ্ঠিত হয় যুৱ সন্মিলন৷ পুৱা...
સરહદે તૈનાત જવાનોની સાથે ભગવાન સ્વામિનારાયણના આશીર્વાદ
સરહદ ઉપર દેશનું રક્ષણ કરતા જવાનોની સાથે ભગવાનના આશીર્વાદ અને ભગવાન સદૈવ સાથે રહે એવી પ્રાર્થના...
रंगोत्सव:-चंगों की थाप पर राजस्थानी धमालों से गुंजा रोहा।
रोहा मारवाड़ी समाज का होली गोठ ।
रोहा मारवाड़ी समाज के सौजन्य से वृस्पतिवार को होली गोठ का आयोजन हुवा।जिसमें नगांव से आमंत्रित...
युवा नेता शुभम तिवारी जी का माल्यार्पण कर किया गया सम्मान
संविधान निर्माता भारत रत्न डॉक्टर भीमराव अंबेडकर जी की जयंती कार्यक्रम में नवनियुक्त पदाधिकारियों...