সন্মুখত বাপতিসাহোন হেপাহৰ ৰঙালী বিহু । ৰঙালী বিহুলৈ বুলি সাজু প্ৰতিজন অসমীয়া। ঢোল, পেপা, বাঁহীৰ শব্দত মুখৰিত ৰাজ্যৰ চৌদিশ ৷ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে চলিছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা ৷ ব্যতিক্ৰম নহয় বাক্সাৰ জালাহো ৷ জালাহতো জালাহ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰম্ভ হৈছে বিহুনাচ আৰু বিহুঢোলৰ সাতদিনীয়া কৰ্মশালা ৷ ইতিমধ্যে বিহু কৰ্মশালাত শতাধিক শিশু আৰু যুৱতীয়ে অংশগ্ৰহণ কৰিছে । পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জালাহৰ প্ৰবক্তা অশ্বিনী দাস ৷ লোক নৃত্য আৰু বাদ্য সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা অশ্বিনী দাসে নিৰ্ভুল ভাৱে বিহু গীত- নৃত্য নৱ প্ৰজন্মই শিকাৰ বাবে এই কৰ্মশালা অনুষ্ঠিত কৰা বুলি জানিব দিয়ে ৷ উল্লেখ্য যে বিহু নাচৰ লগতে একেখন বাকৰিতে ঢোল বাদনৰ প্ৰশিক্ষণো প্ৰদান কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: UP सरकार ने पुलिस विभाग में किया बड़ा फेरबदल, इन IPS अफसरों के लिए तबादले | Aaj Tak
Breaking News: UP सरकार ने पुलिस विभाग में किया बड़ा फेरबदल, इन IPS अफसरों के लिए तबादले | Aaj Tak
তিনিচুকীয়াৰ নখৰাইত এটি শিশুৰ নৰকংকাল উদ্ধাৰৰ সন্দৰ্ভত স্থানীয় ব্যক্তিৰ প্ৰতিক্ৰিয়া
তিনিচুকীয়াৰ নখৰাইত এটি শিশুৰ নৰকংকাল উদ্ধাৰৰ সন্দৰ্ভত স্থানীয় ব্যক্তিৰ প্ৰতিক্ৰিয়া
श्री जगन्नाथ रथ यात्रा प्राचार संकीर्तन रथ इस्कॉन भक्तों के साथ
श्री जगन्नाथ रथ यात्रा प्राचार संकीर्तन रथ इस्कॉन भक्तों के साथ
माँ वैष्णो देवी मंदिर पर...
মহৰমত উজ্বলিল ত্ৰিৰংগা পতাকা।
ডিব্ৰুগড়ত মহৰম উপলক্ষে উলিওৱা সমদলত উজ্বলি উঠিল ত্ৰিৰংগা পতাকা। চহৰখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা...