সন্মুখত বাপতিসাহোন হেপাহৰ ৰঙালী বিহু । ৰঙালী বিহুলৈ বুলি সাজু প্ৰতিজন অসমীয়া। ঢোল, পেপা, বাঁহীৰ শব্দত মুখৰিত ৰাজ্যৰ চৌদিশ ৷ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে চলিছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা ৷ ব্যতিক্ৰম নহয় বাক্সাৰ জালাহো ৷ জালাহতো জালাহ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰম্ভ হৈছে বিহুনাচ আৰু বিহুঢোলৰ সাতদিনীয়া কৰ্মশালা ৷ ইতিমধ্যে বিহু কৰ্মশালাত শতাধিক শিশু আৰু যুৱতীয়ে অংশগ্ৰহণ কৰিছে । পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জালাহৰ প্ৰবক্তা অশ্বিনী দাস ৷ লোক নৃত্য আৰু বাদ্য সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা অশ্বিনী দাসে নিৰ্ভুল ভাৱে বিহু গীত- নৃত্য নৱ প্ৰজন্মই শিকাৰ বাবে এই কৰ্মশালা অনুষ্ঠিত কৰা বুলি জানিব দিয়ে ৷ উল্লেখ্য যে বিহু নাচৰ লগতে একেখন বাকৰিতে ঢোল বাদনৰ প্ৰশিক্ষণো প্ৰদান কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધ્રાંગધ્રાના ખેડૂતે ઓર્ગેનિક ડ્રેગન ફ્રુટનું વાવેતર કર્યું
હાલ રાજ્યમાં ખેડૂતો ઓર્ગેનિક ખેતી તરફ વળ્યાં છે સાથે સરકાર પણ ખેડૂતોને ઓર્ગેનિક ખેતી તરફ આગળ આવવા...
মাজুলীৰ ছাত্ৰসমাজে প্ৰকাশ কৰিলে তিনিমহীয়া আলোচনী
অসমৰ সংবাদ পত্ৰৰ ইতিহাসত স্বৰ্ণিল আখৰে খোদিত হৈ আছে মাজুলীৰ নাম | অসমীয়া মানুহৰ দ্বাৰা প্ৰকাশিত...
કામરેજના ઉંભેળ નજીકના ફાર્મ હાઉસમાં થયેલી લૂંટની ગૂંચ ગણતરીના દિવસોમાં ઉકેલી નાંખતી કામરેજ પોલીસ.લૂંટમાં સામેલ ત્રણને ₹.5,65,100 ની કિંમતના મુદ્દામાલ સાથે ઝડપી પાડયા.
સુરત જિલ્લાના કામરેજના ઉંભેળ ખાતેના ફાર્મ હાઉસમાં કલર કામના બહાને બોલાવી કોન્ટ્રાકટર સહિત મિત્રને...