আজি সন্ধিয়া পশ্চিম আকাশত জোনটিৰ আকৰ্ষনীয় ৰূপ দেখি সকলো অভিভূত হৈ পৰিছে৷উল্লেখ্য যে আজিৰে পৰা দেশৰ ইছলাম ধৰ্মীয় লোক সকলে ৰোজা বা ব্ৰত আৰম্ভ কৰিছে৷নিয়মানুসাৰে ৰমজান মাহৰ আৰম্ভণি দিনৰে পৰা শেষৰ দিনতো লৈ ইছলাম ধৰ্মীয় লোক সকলে ৰোজা ৰাখে৷ৰমজান পবিত্ৰ মাহ৷এই মাহটোত প্ৰতিটো দিন উপবাসে থাকি সন্ধিয়া নিৰ্ধাৰিত সময় মতে ইফটাৰৰ দ্বাৰা ৰোজা (উপবাস)শেষ কৰি খোৱালোৱা কৰে আৰু শেষ নিশা চেহেৰীৰ দ্বাৰা ৰোজা আৰম্ভ কৰে৷ৰোজাৰ লগত কাচি জোনৰ তাৎপৰ্য আছে৷সেয়েহে আজি সন্ধিয়া সকলো মানুহে আকাশৰ কাচি জোনটোল চায় আচৰ্য্য প্ৰকাশ কৰিছে৷আনহাতে বহুতো ব্যক্তিয়ে সামাজিক মাধ্যম যোগে আজিৰ কাচিঁজোনৰ ফটো লৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Chandrayaan-3 Landing पर Pakistani मंत्री ने लेकर क्या कहा? | ISRO | Moon Mission
Chandrayaan-3 Landing पर Pakistani मंत्री ने लेकर क्या कहा? | ISRO | Moon Mission
MP Corona Update:- प्रदेश में फिर डाराने लगें कोरोना के मामले, इन जिलों में मिल रहें हैं कोरोना के नए केस।
MP Corona Update:- प्रदेश में फिर डाराने लगें कोरोना के मामले, इन जिलों में मिल रहें हैं कोरोना...
त्रिरत्न बौद्ध महासंघातर्फे डॉ. बाबासाहेब आंबेडकरांच्या महापरिनिर्वाण दिनानिमित्त अभिवान कार्यक्रमाचे आयोजन
रत्नागिरी तालुक्यातील त्रिरत्न बौद्ध महासंघ यांच्यातर्फे भारतीय संविधानाचे शिल्पकार,...
গহপুৰ মাগনিত নৱনিৰ্মিত মাগনি প্ৰাথমিক বিদ্যালয়ৰ শুভাৰম্ভ
গহপুৰ মাগনিত শনিবাৰে মাগনি প্ৰাথমিক বিদ্যালয় আৰু মাগনি পাম অঙ্গনবাদী কেন্দ্ৰৰ শুভ উদ্ধোধন...
Mission Raniganj के flop होने की वजह बताई Akshay KUmar ने #trending #bollywood
Mission Raniganj के flop होने की वजह बताई Akshay KUmar ने #trending #bollywood