চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাই গাওঁপঞ্চায়ত আৰু চেপন গাওঁপঞ্চায়তত ২০২১-২২ বৰ্ষৰ পাঁচটা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ শুভ উদ্বোধন কৰে। এই গৃহ কেইটা শুভউদ্বোধন কৰি মন্ত্ৰী যোগেন মহনে সাংবাদিকৰ আগত কয় যে ২০২১-২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী আবাস যোজনা আবাস গৃহ তেত্ৰিশ দিনৰ ভিতৰত নিৰ্মাণ কৰা অসমৰ ভিতৰতে প্ৰথম বুলি কয়। লগতে মন্ত্ৰী যোগেন মহনে মাহমৰা সমষ্টিৰ খুমটাই গাওঁপঞ্চায়তত এম জি এনৰেগা ৰ অধীনত নিৰ্মাণ হোৱা ফেঞ্চিং ৱাল আৰু এটা প্ৰেক্ষাগৃহ শুভউদ্বোধন কৰে। এই শুভউদ্বোধন অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ লগতে দিচাংপানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উৎপল গগৈ, খুমটাই গাওঁপঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাৰ লগতে কেইবাগৰাকী বিষয়া আৰু ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘अब Ram Rahim को परोल दी तो…’ High Court ने हरियाणा सरकार को बुरा लताड़ा है
‘अब Ram Rahim को परोल दी तो…’ High Court ने हरियाणा सरकार को बुरा लताड़ा है
कृष्णा सेवा संस्थान द्वारा जसोल में महात्मा गाँधी भील बस्ती स्कूल में "हर घर खुशियाँ हर घर रोशन " कार्यक्रम के अंतर्गत सभी बच्चों को मिट्टी के दीपक, तेल फ़्रूट व बिस्किट वितरण किए गए।
कृष्णा सेवा संस्थान द्वारा जसोल में महात्मा गाँधी भील बस्ती स्कूल में
"हर घर खुशियाँ...
Gadhada||નગરપાલિકાના સફાઈકર્મીના હડતાલને મામલે વિવિધ જગ્યાએ ગંદકી અને કચરાના થર જામ્યા #news #strike
Gadhada||નગરપાલિકાના સફાઈકર્મીના હડતાલને મામલે વિવિધ જગ્યાએ ગંદકી અને કચરાના થર જામ્યા #news #strike
Parts of Gujarat likely to receive heavy rainfall in next 72 hours| TV9GujaratiNews
Parts of Gujarat likely to receive heavy rainfall in next 72 hours| TV9GujaratiNews