চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা একাদশ বাৰ্ষিক চিলাপথাৰ ৰঙালী বিহু সন্মিলনীৰ সন্দৰ্ভত খনামুখ যুৱ সংঘৰ প্ৰাংগনত আজি এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় । অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাৰ সভাপতিৰ আসন অলংকৃত কৰে খনামুখ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰবীন লাহনে । চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাপলু গগৈয়ে আঁত ধৰা ৰাজহুৱা সভাখনত সৰ্বসন্মতিক্ৰমে নাৰায়ণ বুঢ়াগোহাঁইক সভাপতি, মৃগেন নাথক কাৰ্যকৰী সভাপতি, দেব কলিতা আৰু বিক্ৰমজিৎ গগৈক যুটীয়া ভাৱে সাধাৰণ সম্পাদক ,অনন্ত গগৈ আৰু বনজিৎ চেতিয়াক ক্ৰমে সাংস্কৃতিক বিভাগৰ সভাপতি, সম্পাদক ভূৱন দাস আৰু মৃদুপৱন চুতীয়াক ক্ৰমে আলোচনী বিভাগৰ সভাপতি, সম্পাদক হিচাপে লৈ আগন্তুক চিলাপথাৰ ৰঙালী বিহু সন্মিলনীৰ বাবে এখন ৩০ জনীয়া উৎযাপন সমিতি গঠন কৰা হয় । সভাখনিত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক দেবেন ডেকা , সাংগঠনিক সম্পাদক সূৰজ কুণ্ডু আৰু ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ আৰু ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Russia-Ukraine War: यूक्रेन ने क्रीमिया पर किया अटैक, हमले में रूस के एक व्यक्ति की मौत; एक बड़ा लैंडिंग जहाज हुआ क्षतिग्रस्त
रूस और यूक्रेन का युद्ध अभी भी जारी है। दोनों ही देश लगातार एकदूसरे पर आक्रमण कर रहे हैं।...
গোগামুখ দেউৰী ভৱনৰ নিৰ্মাণকাৰ্যৰ বুজ লয় দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভৈৰৱ দেউৰীয়ে
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ গোগামুখ সমষ্টিৰ কাৰ্য্যবাহী সদস্য ৰাকেশ বৰদেউৰী , পৰিষদৰ ৰাজহুৱা...
ખેડા જિલ્લાના આઉટ સોર્સિંગ કર્મીઓ અચોક્કસ મુદ્દતની હડતાલ પર 2022 | Spark Today News
ખેડા જિલ્લાના આઉટ સોર્સિંગ કર્મીઓ અચોક્કસ મુદ્દતની હડતાલ પર 2022 | Spark Today News રિપોર્ટ ઈરફાન...
ઇન્દ્રનીલ રાજગુરુએ આપને છોડી કોંગ્રેસ સાથે જોડાયા આપના પ્રદેશ પ્રમુખ ગોપાલ ઇટાલિયાની પ્રતિક્રીયા
ઇન્દ્રનીલ રાજગુરુએ આપને છોડી કોંગ્રેસ સાથે જોડાયા આપના પ્રદેશ પ્રમુખ ગોપાલ ઇટાલિયાની પ્રતિક્રીયા
રાજુલા તાલુકા ના મોટા આગરીયા સહીત ના ગામો મા ભાજપા અને કોંગ્રેસ ને મળેલ મતો ની યાદી ક્યાં ગામોમાં કોને મળી લીડ
(૧) વડલી
હીરાભાઈ સોલંકી ને
...