গুৱাহাটী ক্লাৱত জ্বলিল বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা। জনাৰ্দন দেৱগোস্বামীৰ সম্পৰ্কে কৰা তাচ্ছিল্য সূচক মন্তব্যৰ বাবেই শ্বেৰমানৰ পুত্তলিকা দাহ৷ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসম আৰু গুৱাহাটী মহানগৰ সমিটিৰ৷ “শ্বেৰমান আমিনুল হুছিয়াৰ” “জেহাদী হুছিয়াৰ” আদি শ্লোগানে উত্তাল কৰি তোলে মহানগৰীৰ ৰাজপথত৷ শ্বেৰমান আমিনুলক জেহাদীহৈ দালালী বন্ধ কৰিবলৈ সকিয়নী হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
য়াশাশ্ৰী এডুকেশ্বন চেন্টাৰত জনপ্ৰিয় অভিনেতা কপিল বৰা
য়াশাশ্ৰী এডুকেশ্বন চেন্টাৰত জনপ্ৰিয় অভিনেতা কপিল বৰা
Honor X9B: 12GB रैम और तीन कलर ऑप्शन के साथ एंट्री लेगा नया स्मार्टफोन? सामने आया बड़ा अपडेट
HTech अपने भारतीय ग्राहकों के लिए Honor X9B स्मार्टफोन लॉन्च करने जा रहा है। भारतीय मार्केट में...
सोनारी में दुर्गा पुजा के अवसर पर डांडिया कार्यक्रम आयोजित।
सोनारी में दुर्गा पुजा के अवसर पर डांडिया कार्यक्रम आयोजित।देश के विभिन्न स्थानों में दुर्गा पुजा...
গোগামুখ ঘিলামৰা সংযোগী ঘাইপথৰ ওপৰেৰে জিয়াঢলৰ বান
আকৌ জিয়াঢল নদীৰ ভয়াবহ বানৰ তাণ্ডৱত ভোগাৰ পথ প্ৰখস্ত হৈছে ঘিলামৰাবাসীৰ।খৰস্ৰোতা নদীখনৰ শিহৰণকাৰি...