আজি দিনৰ ভাগত কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত চমুখাৰ বৰলীয়া নৈৰ ভগ্ন মঠাউৰি পুনৰনিৰ্মান পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই৷মঠাউৰিটো পৰিদৰ্শন কৰিয়ে মন্ত্ৰী গৰাকীয়ে আগন্তুক বিশ পচিশ দিনমানৰ ভিতৰত সম্পূৰ্ণ হব বুলি কয়৷উল্লেখ্য বিগত বৰ্ষৰ জুনমাহত উক্ত ঠাইৰ লগতে লৰমাগৌৰহাটীতো বৰলীয়াৰ মঠাউৰি চিঙি অঞ্চলটোলৈ দুৰ্যোগ নমাই আনিছিল৷আজি চমুখাৰ পিচতে মন্ত্ৰী গৰাকী লৰমাগৌৰহাটীতো উপস্থিত হৈ কামকাজৰ বুজ লয়৷আজি মন্ত্ৰী গৰাকীৰ লগত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া,কমলপুৰৰ বিধায়ক দিগন্ত কলিতা,যুৱ আয়োগৰ সদস্য সচিব ৰাতুল শৰ্মা,কামৰূপ জিলাৰ উপায়ুক্ত কীত্তিি জলি,উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল,বিভাগীয় বিষয়া কৰ্মচাৰী সকলে সহযোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પિંડારા ગામે મેળા માં આજે બહોળી સંખ્યામાં લોકો ઉમટી પડ્યા હતા.
પિંડારા ગામે મેળા માં આજે બહોળી સંખ્યામાં લોકો ઉમટી પડ્યા હતા.
सॉफ्ट हिंदुत्व और अल्पसंख्यक दोनों को साधने में जुटी कांग्रेस, UCC पर बीच का रास्ता अपनाती रही है पार्टी
नई दिल्ली। समान नागरिक संहिता पर सामान्यतया कांग्रेस से ज्यादा दूसरे क्षेत्रीय दलों का रुख...
કચ્છ : ૨૬૧ થી વધુ મહેસુલી કર્મચારીઓ માસ CL પર : સરકાર સામે આંદોલનનું રણશીંગુ ઉગામ્યું..!
કચ્છ : ૨૬૧ થી વધુ મહેસુલી કર્મચારીઓ માસ CL પર : સરકાર સામે આંદોલનનું રણશીંગુ ઉગામ્યું..!
US Share Market Short Covering LIVE Check | S&P Global और NASDAQ से आज के लिए क्या है संकेत?
US Share Market Short Covering LIVE Check | S&P Global और NASDAQ से आज के लिए क्या है संकेत?