নলবাৰী জিলাৰ অন্তৰ্গত নমাটিৰ নাথকুছিত আজিৰে পৰা দহদিনীয়া কাৰ্যসূচীৰে নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবৰ্ষ উৎসৱ উদযাপন কৰা হৈছে।ৰাতিপুৱাৰে পৰা হেজাৰ হেজাৰ ভক্তৰ সমাগমেৰে মুখৰিত হৈ পৰিল শতবৰ্ষ মহোৎসৱ উদযাপনস্থলী।ৰাতিপুৱা ১০০খন পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি ৰাধাকান্ত শৰ্মাই।সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়।আজিৰে পৰা ১০দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিদিনে নাম প্ৰসংগ,সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ'ব।অনুষ্ঠানৰ ২৬মাৰ্চত বলীউডৰ সংগীত শিল্পী বিনোদ ৰাথোৰ আৰু চান্দনী মুখাৰ্জীৰ লগতে ৩০মাৰ্চত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'परिवारवाद भारत छोड़ो, भ्रष्टाचार भारत छोड़ो, तुष्टिकरण भारत छोड़ो', मिशन 2024 के पहले BJP ने दिया नारा
नई दिल्ली। अगस्त क्रांति के शुभारंभ की वर्षगांठ नौ अगस्त को भाजपा ने अपने उसी अस्त्र को नई...
Tandalja વિસ્તારમા Urdu Mushayro યોજાયો
Tandalja વિસ્તારમા Urdu Mushayro યોજાયો
ರಾಜಕಾರಣ ಸಾಕಾಗಿದೆ, ಬೇರೆಯವರಿಗೆ ಅವಕಾಶ ಮಾಡಿಕೊಡಬೇಕು - ಸಂಸದ ಡಿ.ಕೆ. ಸುರೇಶ್
ರಾಜ್ಯದ ಪ್ರಚಲಿತ ರಾಜಕೀಯ ವಿದ್ಯಮಾನಗಳ ಬಗ್ಗೆ ಸಂಸದ ಡಿ.ಕೆ. ಶಿವಕುಮಾರ್ ಬೇಸರ ವ್ಯಕ್ತಪಡಿಸಿದ್ದಾರೆ. ರಾಜಕಾರಣ ಮಾಡಿ...
Delhi: निर्माणाधीन एक इमारत के गड्ढे में गिरे तीनों मजदूरों की मौत, शव बरामद | Vasant Vihar | AajTak
Delhi: निर्माणाधीन एक इमारत के गड्ढे में गिरे तीनों मजदूरों की मौत, शव बरामद | Vasant Vihar | AajTak
Gurdaspur Crime: रिश्तों को किया कलंकित, पिता ने किया अपनी नाबालिग बेटी से दुष्कर्म, मामला दर्ज
थाना बहरामपुर के अधीन आते इलाके में रिश्तों को कलंकित करने वाला एक मामला सामने आया है। जहां पर एक...