নলবাৰী জিলাৰ অন্তৰ্গত নমাটিৰ নাথকুছিত আজিৰে পৰা দহদিনীয়া কাৰ্যসূচীৰে নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবৰ্ষ উৎসৱ উদযাপন কৰা হৈছে।ৰাতিপুৱাৰে পৰা হেজাৰ হেজাৰ ভক্তৰ সমাগমেৰে মুখৰিত হৈ পৰিল শতবৰ্ষ মহোৎসৱ উদযাপনস্থলী।ৰাতিপুৱা ১০০খন পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি ৰাধাকান্ত শৰ্মাই।সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়।আজিৰে পৰা ১০দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিদিনে নাম প্ৰসংগ,সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ'ব।অনুষ্ঠানৰ ২৬মাৰ্চত বলীউডৰ সংগীত শিল্পী বিনোদ ৰাথোৰ আৰু চান্দনী মুখাৰ্জীৰ লগতে ৩০মাৰ্চত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বৰপথাৰ ইণ্ডিয়ান প্ৰফেচনেল ইনষ্টিটিউটৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ
:বৰপথাৰত ইণ্ডীয়ান প্ৰফেশ্বনেল ইনষ্টীয়োটৰ কাৰিকৰী দক্ষতা মূলক প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ...
CM Kejriwal News: CM Arvind Kejriwal के Road Show को लेकर कैसी हैं पार्टी की तैयारियां? | Aaj Tak
CM Kejriwal News: CM Arvind Kejriwal के Road Show को लेकर कैसी हैं पार्टी की तैयारियां? | Aaj Tak
Rajasthan Election 2023 : CM Ashok Gehlot ने टिकट बंटवारे को लेकर कही बड़ी बात | Congress | Pilot
Rajasthan Election 2023 : CM Ashok Gehlot ने टिकट बंटवारे को लेकर कही बड़ी बात | Congress | Pilot
દિયોદર ના ધારાસભ્ય નો પશુ પ્રેમ...
દિયોદર ના ધારાસભ્ય નો પશુ પ્રેમ...