নলবাৰী জিলাৰ বিজেপি টিহু মণ্ডলৰ অন্তৰ্গত সুৰাদীত ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ তৃতীয় মণ্ডল কাৰ্যনিৰ্বাহল সভা অনুষ্ঠিত হয়। সুৰাদীস্হিত নৱৰুণ জাতীয় বিদ্যালয়ৰ প্ৰাংগনত টিহু মণ্ডল বিজেপি সংখ্যালঘু মৰ্চা কাৰ্যনিৰ্ৱাহক সভাখনত সভাপতিত্ব কৰে সভাপতি বদিউৰ জামানে। সভাত নলবাৰী জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ উপসভাপতি তথা টিহু মণ্ডলৰ পৰ্যাৱেক্ষক জয়নাল আবেদীন। সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্য সকলৰ লগতে ডিপ্তা সুৰাদীৰ ৰাইজ উপস্হিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰাৰ খুমটাই গাঁৱত চৰাইদেউ জিলা কৃষাবিভাগৰ উদ্যোগত শস্য আৰু মৎস্য উৎপাদন পদ্ধতিৰ কাৰ্য্যসূচী , কৃষি চক্ৰবিষয়াৰ অংশ গ্ৰহন।
মাহমৰাৰ খুমটাই গাঁৱত চৰাইদেউ জিলাৰ কৃষিবিভাগৰ কৃষি কাৰ্য্যালয়ৰ আত্মাৰ অধীনত মাহমৰা উন্নয়ণ খণ্ডৰ...
अध्यादेश पर सहयोगी दलों के दबाव को नजरअंदाज करना कांग्रेस के लिए आसान नहीं, क्या है विपक्षी पार्टियों का हाल?
कांग्रेस ने अपने दो प्रदेश इकाइयों दिल्ली और पंजाब के आम आदमी पार्टी से सख्त एतराज को देखते...
অসমৰ মাটিত অৰুণাচলীয়ে স্থাপন কৰা চেক গেট উচ্ছেদৰ দাবী স্থানীয় লোকৰ
অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ চেক গেট উচ্ছেদৰ দাবী অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ অসমীয়া ৰাইজৰ।...
देश के सबसे महंगे एक्सप्रेस-वे पर कितना लगता है टोल, हर साल होता है 6 फीसदी का इजाफा
Most expensive Expressway in India देश में बड़ी तेजी से नए-नए हाईवे और एक्सप्रेस-वे बन रहे हैं।...
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বামুনবাৰী পঞ্চায়তৰ একেটা ৱাৰ্ডৰ শতাধিক লোক। সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিলে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে।
ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনবাৰী গাঁওপঞ্চায়তৰ ৯ নং...