ৰহা ত ১৭৯১চনত নিৰ্মল চন্দ্ৰ আতাই প্ৰতিষ্ঠিত কৰা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী দিহিং সএত ১৯৭২ চনত শ্ৰীশ্ৰী দিহিং সএৰ সত্ৰাধিকাৰ ৰুপে বিষ্ণু শোভন চন্দ্ৰ গোস্বামী আতাক অধিষ্ঠিত কৰা হৈছিল আৰু ১৯৯৮ চনত পৰলোকপ্ৰাপ্তি হয়।

  অহা ২৭ মাৰ্চৰ পৰা তিনি দিনীয়া বিস্তৃত কাৰ্য্য সূচীৰে সত্ৰৰ ভকত সকলে শ্ৰী বিষ্ণু শোভন চন্দ্ৰ গোস্বামী আতাৰ ২৫ সংখ্যক তিথি পালনৰ প্ৰস্তুতি চলাই থকা ৰ লগতে তিথি ভাগ সূচাৰু ভাবে পৰিচালনা কৰিবলৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰাৰ লগতে তিথি ভাগৰ লগত সংগতি ৰাখি সএৰ সাজতোলা দিলেন হাজৰিকাৰ তত্বাৱধানত এখন অসমীয়া ভাওনা প্ৰদৰ্শন কৰা হব বুলি জানিবলৈ দিয়ে।