অনলাইন ধন পৰিশোধতো চৰকাৰে লগাব পাৰে কৰ । ধন পৰিশোধৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিব এই হাৰ । ইতিমধ্যে RBI য়ে নাগৰিক সকলৰ পৰা পৰামৰ্শ বিচাৰিছে এই সম্পৰ্কত। যদি হে এনে হয় বিনামূলীয়া নহব গুগোল পে, ফোন পে।

এতিয়ালৈকে বিনামূলীয়া আছিল অনলাইন লেন-দেন ‌।