এইবাৰ ঘোচলৈ হাত দাঙিলে হাজোৰ লাটমণ্ডল টংকেশ্বৰ নাথে৷ধৃত নাথ হাজো ৰাজহচক্ৰৰ জাপিয়া লাটৰ মণ্ডল আছিল৷আজি দিনৰ ভাগত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত লাট মণ্ডল গৰাকীক হাতে লোটে ধৰা পেলাই৷চাৰিহেজাৰ টকা ঘোচ লৈছিল মণ্ডল গৰাকীয়ে৷পূৰ্বৰে পৰা মণ্ডল গৰাকীয়ে ব্যাপক হাৰত ধন সংগ্ৰহ কৰি একাংশ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ আছে৷আজি লাটমণ্ডল গৰাকী হাতেলোটে ধৰা পৰাত ভূক্তভোগি ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
24 घंटे में कच्चे मुलाजिमों को पक्का करने का वादा पूरा करने वाले मुख्य्मंत्री भगवंत मान 29 महीने बाद मुलाजिमों की मीटिंग ले रहे : चुग
भारतीय जनता पार्टी के राष्ट्रीय महासचिव तरुण चुग ने मीडिया से बात करते हुए कहा कि पंजाब में...
મંદિર માંથી 250 નંગ કરતા વધુ પીતળ ના ઘોડાની ઉઠાંતરી કરી ચોરો થયાં પ્લાયન..
મંદિર માંથી 250 નંગ કરતા વધુ પીતળ ના ઘોડાની ઉઠાંતરી કરી ચોરો થયાં પ્લાયન..
Lucknow Court Firing: लखनऊ कोर्ट में मर्डर के बाद एक्शन में CM Yogi, घायल बच्ची से की मुलाकात
Lucknow Court Firing: लखनऊ कोर्ट में मर्डर के बाद एक्शन में CM Yogi, घायल बच्ची से की मुलाकात
শিৱসাগৰত অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল
শিৱসাগৰত অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল
আজি শিৱসাগৰ প্ৰেছ ক্লাৱত অসমীয়া যুৱ মঞ্চৰ...