হোজাইত বান সাহাৰ্য্যত দুৰ্নীতি হৈছে নেকি ?

এইবাৰ প্ৰতিবাদত নামিল কোমোৰাকটা আৰু ঠেপলাগুৰি গাঁওৰ ৰাইজ ।বানত সম্পূৰ্ণ বাসগৃহ অতি যোৱাৰ পাছতো পোৱা নাই বান সাহাৰ্য্য । অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনায় বান সাহাৰ্য্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ধনী পৰিয়ালৰ লোক সকলৰ । কোনো ধৰণৰ বানত গৃহ ক্ষতি নোহোৱা অথচ পকীঘৰ থকা লোকে বান সাহাৰ্য্য লাভ কৰে । সেয়েহে গাঁও বাসীৰ চৰকাৰক তদন্তৰ আহ্বান জনাইছে ।