সমগ্ৰ অসমত বিহু উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ লগতে অসম চৰকাৰৰ উদ্যোগত অসমৰ গৌৰৱ বিহুক বিশ্ব দৰবাৰত লৈ যোবাৰ উদ্দেশ্যে আৰু গীনিজ বিশ্ব অভিলেখ গঢ়াৰ লক্ষৰে অহা ১৪ এপ্ৰিল ত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ১০,০০০তকৈ অধিক শিল্পীৰ অংশগ্ৰহনেৰে বিহু নৃত্য প্ৰদৰ্শন অনুষ্ঠিত হব।

  লগতে অসমীয়া কেচাঁ গহনাৰ প্ৰতিষ্ঠান ডুগডুগীয়ে জাতিৰ স্বাভিমান অসমীয়া গহনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে ১০তকৈ বসন্ত অতিক্ৰম কৰা ডুগডুগী প্ৰতিষ্ঠানে মুখ্য ভুমিকা গ্ৰহন কৰি আহিছে।বৰ্তমানলৈকে ১৩ টাকৈ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বঁটাৰে অসমলৈ গৌৰৱ কঢিয়াই অনা ডুগডুগীৰ স্বতাধিকাৰী তথা সমাজকৰ্মী উৎপল বনিয়াই জানিব দিয়ে যে অহা ২২ মাৰ্চৰ পৰা ১৫ এপ্ৰিললৈকে ডুগডুগীয়ে প্ৰত্যেকযোৰ গামখাৰু,জোনবিৰি,ক্ষেত্ৰত ২০ শতাংশলৈ ৰেহাই ৰ লগতে অসমীয়া গহনা ছেটত ১৫ শতাংশ ৰেহাই দিয়া হব।ডুগডুগীৰ ,Guwahati,যোৰহাট, নগাঁও, তেজপুৰ,ডিব্ৰুগড়, লখিমপুৰ শাখা ৰ লগতে অনলাইন www.dugdugi.in অথবা ৮৮২২৬৫৩৩০৭ নম্বাৰত ওবাটচএপ কৰি সুযোগ গ্ৰহন কৰিব পাৰিব।