ডিব্ৰুগড় জিলাৰ অধীনস্থ মৰাণ ৰাজহ চক্ৰৰ লাট গাঁও প্ৰধান চক্ৰ সমিতিৰ সাধাৰণ সভাখন আজি দুপৰীয়া সম্পন্ন হৈ যায়৷ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত অৱস্থিত গাঁও প্ৰধান চক্ৰ সমিতিৰ ভৱনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বিদায়ী সভাপতি গিৰিশ বুঢ়াগোহাঁয়ে৷ বিগত কাৰ্যকালৰ সম্পদকীয় প্ৰতিবেদন পাঠ কৰে বিদায়ী সম্পাদক যোগানন্দ গগৈয়ে৷ সভাখনত লাট গাঁও প্ৰধান মৰাণ চক্ৰ সমিতিৰ কৰ্মকৰ্তাসকলৰ সমস্যাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰি ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপন কৰা হয়৷ এই সভাতে পৰৱৰ্তী কাৰ্যকালৰ কাৰণে কুলধৰ খনিকৰক সভাপতি পদ্মৰাজ বৰাক সম্পাদক আৰু শোণিত গগৈক কোষাধ্যক্ষ হিচাপে লৈ এখন নতুন সমিতি গঠন কৰা হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডিমা হাচাও জিলাত #PensionSewaKendra উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে
কাৰ্বি আংলঙৰ পিছত, আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল...
પોરબંદરમાં પ્રાચીન રાસગરબાના આયોજકોને વિહિંપ દ્વારા સંસ્કૃતિ રક્ષા પ્રમાણપત્ર આપી બિરદાવાયા
પોરબંદરમાં પ્રાચીન રાસગરબાના આયોજકોને વિહિંપ દ્વારા સંસ્કૃતિ રક્ષા પ્રમાણપત્ર આપી બિરદાવાયા
11-इंच की स्क्रीन और पावर बैंक जैसी बैटरी के साथ लॉन्च हुआ ये नया टैबलेट, शुरुआती कीमत 25 हजार से कम
Honor Pad V9 को चीन में लॉन्च किया गया है। इस टैबलेट में MediaTek Dimensity 8350 Extreme Edition...
ડીસાના ચોરાથી નવજાત બાળકી મળી આવતાં ચકચાર
ડીસા તાલુકાના ચોરા ગામની સીમમાંથી એક તાજી જન્મેલી નવજાત બાળકી મળી આવતા ચકચાર મચી જવા પામી છે....