আজিৰ খবৰ, গুৱাহাটী, ২০ জুলাই, ২০২২ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক নিৰ্দেশ দিছে৷ প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ মুখ্যমন্ত্ৰীয়ে লগতে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
টাইপায় কিহৰ দাবীত প্ৰদান কৰিলে স্মাৰক পত্ৰ?
টাইপায় কিহৰ দাবীত প্ৰদান কৰিলে স্মাৰক পত্ৰ।
બનાસકાંઠા એલ સી બી પોલીસ દ્વારા પાલનપુર હાઇવે રસાણા પાટીયા પાસેથી વિદેશી દારૂ ઝડપી પાડ્યો
પ્રેસનોટ
તા.૧૩/૧૧/૨૦૨૨
ડીસા રુરલ પો.સ્ટે વિસ્તારમાંથી મહીન્દ્રા કંપનીની બોલેરો ગાડી...
बदहाल चिकित्सा व्यवस्थाओं के खिलाफ जन आंदोलन की चेतावनी
बदहाल चिकित्सा व्यवस्थाओं के खिलाफ जन आंदोलन की चेतावनी
नैनवा राजस्थान पेंशन मंच उप शाखा...
Delhi Jal Board Scam: ‘भ्रष्टाचार केजरीवाल की गारंटी’, दिल्ली जल बोर्ड पर BJP नेता ने लगाए बड़े आरोप
Delhi Jal Board Scam: ‘भ्रष्टाचार केजरीवाल की गारंटी’, दिल्ली जल बोर्ड पर BJP नेता ने...