ডিব্ৰুগড় জিলাৰ টিংখাঙৰ শ্যমলী স্পৰ্টছ ক্লাব চহৰীকতাৰ উদ্যোগত ফুটবল প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত ১১৯ নং টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ নেতৃত্বত মন্ত্ৰীৰ ভাতৃ তথা বিশিষ্ট সমাজকৰ্মী কমল বড়া প্ৰশিক্ষণ স্থলীত উপস্থিত হৈ উদ্যোক্তা তথা প্ৰশিক্ষাৰ্থী সকলক খেলৰ সামগ্ৰী প্ৰদান কৰে। এই প্ৰশিক্ষণৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ প্ৰতিভাবান খেলুৱৈ সকলক উৎসাহ যোগোৱাৰ লগতে ক্ৰীড়া জগতত প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। এই অনুষ্ঠানত খোৱাং জিলা পৰিষদৰ সদস্য চন্দন চকুচাৰো দেউৰীৰ, উদ্যোক্তা সকলৰ লগতে প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Library inaugurated at SDO Civil office Gohpur on 11th August 2022
A library is inaugurated by Civil SDO Dipon Borman at SDO office Gohpur . On the partinent...
Medical Miracle : ट्रक से हादसे का शिकार हुए बच्चे का हाथ कट गया था, डॉक्टरों ने दोबारा जोड़ दिया
Medical Miracle : ट्रक से हादसे का शिकार हुए बच्चे का हाथ कट गया था, डॉक्टरों ने दोबारा जोड़ दिया
চতিয়া সমষ্টিৰ অন্তৰ্গত লখৰাত প্ৰধানমন্ত্রী আৱাস যোজনাৰ গৃহ প্ৰৱেশৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ।
চতিয়া সমষ্টিৰ অন্তৰ্গত লখৰাত প্ৰধানমন্ত্রী আৱাস যোজনাৰ গৃহ প্ৰৱেশৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ।
International Yoga Day 2024: ऑफिस चेयर पर बैठे-बैठे बढ़ गई है चर्बी, तो वेट लॉस से लेकर इन समस्याओं तक में असरदार हैं ये योगासन
इन दिनों लोगों की लाइफस्टाइल ऐसी हो चुकी है कि उन्हें फिजिकल एक्टिविटी करने तक का समय नहीं मिलता...