ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইডাঙত মৰাণ নাহৰকটীয়া পথত বাইক আৰু চাইকেলৰ সংঘৰ্ষত দুজন লোক গুৰুতৰ ভাৱে আহত হয়। আহত বাইক আৰোহী হৰকফলাগোঁহাই।গাঁৱৰ অংশুমান চুতীয়া (২৬)।আৰু চাইকেল আৰোহী ৰাইডাং মৰাণ আৰক্ষীয়ে ঘটনা গাৱঁৰ কুনাল নেওঁগ (২৭) ক মৰাণ মেডিকেল চেণ্টাৰত প্ৰাথমিক চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰাহয়।