6 August 2022 ৭৫ তম স্বাধীনতা দিৱস উপলেক্ষা ভাৰতৰ প্ৰধান মন্ত্ৰীগৰাকীৰ আহ্বান ক্ৰমে উদযাপন কৰিবলৈ লোৱা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী অসমৰ লগতে মৰিয়নিতো হাতত লোৱা দেখা গৈছে ।মৰিয়নিত পৌৰসভাৰ উদ্যোগত সজাগতা শোভাযাত্ৰা বাহিৰ কৰা হয় ।