বৃহত্তৰ নদুৱাৰ অঞ্চলবাসীৰ চিকিৎসাৰ ক্ষেত্ৰত উত্তৰ জামুগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। পূৰ্বতে নিৰন্তৰ গতিৰে সেৱা আগবঢ়াই অহা ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনত আৰু ২০ খন বিচনাযুক্ত ভৱনৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। স্বাস্থ্য বিষয়া ডাঃ ৰূপক বৰুৱা,স্থানীয় ৰাইজ আৰু উত্তৰ জামুগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত বিধায়ক পদ্ম হাজৰিকাই এই আধাৰশিলা স্থাপন কৰে। বিধায়ক গৰাকীয়ে ভাষন প্ৰসংগত কয় যে আমি সকলোৰে সহযোগিতাত স্বাস্থ্য কেন্দ্ৰটোক অধিক উন্নত আধুনিক আৰু সুন্দৰ ৰূপত গঢ়ি তুলিব লাগিব আৰু অচিৰেই চিকিৎসালয়খন ১০০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নিত হোৱাৰ দিশত গতি কৰিছে বুলিও উল্লেখ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मेरा दिल भर आया…ट्रंप की जीत पर बोलीं कमला हैरिस, जो बाइडेन आज करेंगे अमेरिका को संबोधित
दुनिया का सुपरपॉवर अमेरिका अब डोनाल्ड ट्रंप के नेतृत्व में दुनिया में अपनी धाक जमाने को तैयार है।...
মেৰাপানীৰ তৰাণি সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ত অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা
গোলাঘাটৰ পূব শিক্ষাখণ্ডৰ অন্তৰ্গত মেৰাপানীৰ তৰাণি সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে এক...
नवरात्रोत्सवासाठी नांदर येथील श्री.रेणुका देवी मंदीर सज्ज
नवरात्रोत्सवासाठी नांदर येथील श्री.रेणुका देवी मंदीर सज्ज