আজি ডি আৰ ডি এ গোলাঘাট কনফাৰেন্স হলত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়।এই অনুষ্ঠানৰ আয়োজন কৰা হয় ASRLM, Golaghat ৰ উপস্থিতিত মুখ্য কাৰ্যবাহী বিষয়া ,ZP গোলাঘাট ,শ্ৰী ধীৰাজ দাস,PD DRDA,Mr Abinash Saika, বিশিষ্ট সমাজকৰ্মী শ্ৰীমতী ৰূপা ছাইকা,BM AGVB গোলাঘাট, শ্ৰীমতী কংগনা বৰা আৰু ডিপিএম এএছআৰএলএম।গোলাঘাটৰ অন্তৰ্গত ক্লাষ্টাৰ পৰ্যায়ৰ ২৬ নং ফেডাৰেচনৰ সভানেত্ৰী আৰু সম্পাদকসকলে আটাইকেইটা ব্লকৰ জীৱিকা সাখীসকলৰ সৈতে ইয়াত অংশগ্ৰহণ কৰে।উপস্থিতিত শ্ৰীমতী স্বৰ্ণতা দত্ত আৰু শ্ৰীমতী মিতালী দত্তক "লিংগ চেম্পিয়ন" হিচাপে সন্মানিত কৰা হয় লিংগ সংবেদনশীলতা আৰু জীৱিকা উন্নত কৰাৰ দিশত তেওঁলোকৰ অসাধাৰণ অৱদানৰ বাবেই এনে সন্মান প্ৰদান কৰা হয়।